• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

4 years ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

29 minutes ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

1 hour ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

2 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

2 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

3 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

17 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

18 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

18 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

19 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

19 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

20 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?

editor by editor
April 14, 2022
in চিনেমা, ভাৰত, সংগীত
0
‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰা বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য কাশ্মীৰ ফাইলছৰ কিয় নাচালে এই সম্পৰ্কে মুখ খুলিছে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে৷

এটা ছেটালাইট চেনেলক দিয়া সাক্ষাৎকাৰত জনপ্ৰিয় শিল্পীগৰাকীয়ে কয় যে তেওঁৰ সংবেদনশীল অন্তৰে কোনো ধৰণৰ অপৰাধ সহ্য কৰিব নোৱাৰাৰ বাবেই ছবিখন চোৱাৰ পৰা বিৰত থাকিলে৷

দেশত সৃষ্টি বিভিন্ন বিষয়ত নিজৰ মত ব্যক্ত কৰি অহা চুনু নিগমক সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন বুলিয়েই ক’ব বহুতে ক’ব খোজে৷

লগতে পঢ়ক ‘বেষ্ট আৰু ফাইনেল অফাৰ,’ ৪১ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিব এলন মাস্কে!

‘‘যেতিয়া তেনেধৰণৰ অপৰাধমূলক কাহিনী শুনো তেতিয়াই মই ভিতৰে ভিতৰে কান্দি উঠো৷ এয়া কেৱল কাশ্মীৰ ফাইলছ বুলিয়ে নহয়৷ মই যিকোনো অপৰাধ সম্পৰ্কেই অতি সংবেদনশীল৷’’ শিল্পীগৰাকীয়ে কয়৷

কাশ্মীৰি পণ্ডিতসকলৰ ক্ষেত্ৰতেই নহয় যিকোনো লোকৰ বিৰুদ্ধে সংঘটিত তেনে অপৰাধৰ ঘটনা তেওঁ সহ্য কৰিব নোৱাৰে বুলিও উল্লেখ কৰে শিল্পী চুনু নিগমে৷

লগতে পঢ়ক লাভ কৰক ডাটাৰ ছুমানি! ৩৬৫ দিনলৈ দৈনিক ২ জিবি ডাটা মাত্ৰ ৪ টকাত

ইফালে চুনু নিগমে অৰবিন্দ কেজৰিৱালে দ্য কাশ্মীৰ ফাইলছক এখন ভুৱা ছবি বুলি কৰা মন্তব্যক কাশ্মীৰ পণ্ডিতৰ পৰিয়াল আৰু আত্মীয়সকলৰ লগতে ছবিখন চাই চকুলো টোকাসকলৰ বাবে অপমানজনক বুলিও মন্তব্য কৰিছে৷

উল্লেখ্য দেশৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে দেশৰ সংগীত জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে এইবাৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodsonu nigamthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

September 3, 2026
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ
ভাৰত

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

September 3, 2026
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
Next Post
অৱশেষত সম্পন্ন হ’ল ৰণবীৰ-আলিয়াৰ বহু প্ৰত্যাশিত বিবাহ

অৱশেষত সম্পন্ন হ’ল ৰণবীৰ-আলিয়াৰ বহু প্ৰত্যাশিত বিবাহ

হোমৰ গুৰিত ৭ পাকৰ ঠাইত কিয় ৪ পাকহে ঘূৰিলে আলিয়া ৰণবীৰে? ভাতৃয়ে কৰিলে প্ৰকাশ

হোমৰ গুৰিত ৭ পাকৰ ঠাইত কিয় ৪ পাকহে ঘূৰিলে আলিয়া ৰণবীৰে? ভাতৃয়ে কৰিলে প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.