• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

4 years ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

1 minute ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

1 hour ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

2 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

2 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

2 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

7 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

7 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

8 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

8 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

9 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

editor by editor
April 20, 2022
in বিশ্ব
0
চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত সংঘটিত হয় এক ভয়ংকৰ অঘটন৷ ৰাজধানী বুয়েনছ এয়ৰেছৰ Independence Station নামৰ ৰে’ল ষ্টেচনত কেণ্ডেলা এগৰাকী যুৱতী হঠাতে অচেতন হৈ চলন্ত ৰে’লৰ তলত সোমাই যায়৷

অন্য যাত্ৰীৰ লগতে কেণ্ডেলাও ৰে’লৰ অপেক্ষাত ৰৈ আছিল৷ তেনেত হঠাৎ ৰক্তচাপ বৃদ্ধি পোৱাৰ ফলত ষ্টেচনতে অচেতন হৈ পৰে কেণ্ডেলা৷ ষ্টেচনৰ CCTVত বন্দী হোৱা দৃশ্যবোৰত মহিলাগৰাকীয়ে কেনেকৈ চলন্ত ৰে’লৰ তলত সোমাই যায় সেয়া দেখা গৈছে৷

অৱশ্যে কাষত থকা যাত্ৰীসকলে ৰে’লখন ৰখাৰ পাছতে অচেতন মহিলাগৰাকীক ৰক্ষা কৰিবলৈ দৌৰি গৈ কেণ্ডেলাক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়৷  যাত্ৰীসকলে সুকলমে তেওঁক উদ্ধাৰ কৰি প্লেটফৰ্মত থকা হুইলচেয়াৰত বহুৱাই চিকিত্সালয়লৈ লয় যায়৷

So this happened recently in #BuenosAires #Argentina

This woman apparently fainted and she fell under on an oncoming train, BUT SHE SURVIVED! She’s now out of the hospital 🙏 pic.twitter.com/EQA2V4foh9

— Diamond Lou®™ 🔞 (@DiamondLouX) April 19, 2022

লগতে পঢ়ক ১০০ দিনত ২ লক্ষাধিক গ্ৰাহক হ্ৰাস! কিয় লোকচানৰ সন্মুখীন হৈছে Netflix?

কেণ্ডেলাক বুয়েনছ আইৰেছ চিকিৎসালয়ত ভর্তি কৰোৱা হয়  আৰু চিকিৎসকে তেওঁ বিপদমুক্ত বুলি ঘোষণা কৰে৷

ইয়াৰ পিছতে এটা সাক্ষাৎকাৰত কেণ্ডেলাই কৈছে— ‘‘মই এতিয়াও নাজানো মই কেনেকৈ বাছি গ’লো৷ মই এতিয়াও সম্পূৰ্ণ ঘটনাটো বুজিবলৈ চেষ্টা কৰি আছো। মোৰ অনুভৱ হৈছিল মই যেন পুনৰ জন্ম হৈছে৷’’

লগতে পঢ়ক পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ

লগতে তেওঁ কৈছিল যে— ‘‘মোৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু মই অজ্ঞান হৈ পৰিছিলো। আনকি মই ৰে’লখনত খুন্দা মৰাৰ মুহূৰ্তত, মই মোৰ কাষৰ ব্যক্তিজনক সতৰ্ক কৰিবলৈ চেষ্টা কৰিছিলো, তাৰ পাছৰে পৰা মোৰ আন একো মনত নাই।’’

উল্লেখ্য যে যোৱা মাহতো ভাৰতৰ গুজৰাটত তেনে এটা তদ্ৰূপ ঘটনা সংঘটিত হৈছিল৷ গুজৰাটৰ ছুৰাটত চলন্ত ৰে’ল আৰু প্লেটফৰ্মৰ মাজত পিছলি পৰিছিল এজন লোক৷ অৱশ্যে লোকজন জীৱন ৰক্ষা পৰিছিল৷ এজন যুৱকে  চলন্ত ৰে’লৰ পৰা জঁপিয়াই নামিবলৈ চেষ্টা কৰোতে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
Next Post
পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’ল লাভ কয়েদীৰ

পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’ল লাভ কয়েদীৰ

গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.