• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক

4 years ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

38 minutes ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

2 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

3 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

4 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

5 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

16 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক

editor by editor
May 4, 2022
in বিশ্ব, ভাৰত
0
সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনে ভাৰতৰ সামৰিক তথ্য সংগ্ৰহৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ প্ৰকাশিত তথ্যৰ মতে চীনা সেনাই লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি)ত ভাৰতৰ সামৰিক তথ্য সংগ্ৰহৰ বাবে হিন্দী ভাষা জনা যুৱকসকলক নিয়োগ কৰি আহিছে।

সূত্ৰৰ মতে শেহতীয়াকৈ চীনা পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ নতুন ডিগ্ৰী ধাৰীসকলক হিন্দী দোভাষী হিচাপে নিযুক্তি দিয়াৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে।

চোৰাংচোৱা সূত্ৰৰ মতে, চীনা সেনাই যোৱা দুমাহ ধৰি চীনৰ বিভিন্ন শিক্ষানুষ্ঠানত হিন্দী দোভাষী নিয়োগৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ অধীনৰ জিনজিয়াং সামৰিক জিলাই জুনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে।

লগতে পঢ়ক সুৰাত মগন নিচাগ্ৰস্ত চালক; ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিল যাত্ৰীবাহী ৰে’ল, ক’ত?

ভাৰতীয় সেনাৰ মতে চীন অধিকৃত তিব্বতৰ এলএচিত গোপন তথ্য সংগ্ৰহ কৰিবলৈ চীনে এই যুৱকসকলক চীনা সেনাত নিয়োগ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

স্মৰ্তব্য যে গালৱানৰ ঘটনাৰ পিছত চীনে তিব্বতী যুৱক-যুৱতীসকলক পিএলএত নিয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।লাডাখৰ দূৰৱৰ্তী অঞ্চলৰ সৈতে পৰিচিত এই যুৱকসকলক ভাৰতীয় সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বাবেই তেওঁলোকক নিয়োগ কৰা হৈছে।

ইয়াৰ উপৰিও, তিব্বতত চীনা আগ্ৰাসন ‘বিৰোধী’ বুলি জনাজাত দালাই লামা আৰু অন্যান্য বৌদ্ধ ধৰ্মীয় নেতাসকলৰ ‘প্ৰভাৱ’ৰ পৰা যুৱসকলক আঁতৰাই নি চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰতি আকৃষ্ট কৰাও এই প্ৰচেষ্টাৰ এটা কাৰণ বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindian armyLACPLA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
Next Post
মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন