• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

4 years ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

43 minutes ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

3 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

4 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

editor by editor
May 7, 2022
in অপৰাধ, অসম, ৰাজনীতি
0
১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ মে’ ২০২২ তাৰিখে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)এ সংগঠনটোৰ দুজন সদস্যক চৰম শাস্তি মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে৷ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই কথা ঘোষণা কৰিছে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোৱে৷

নিষিদ্ধ ঘোষিত সংগঠনটোৰ ব্ৰিগেডিয়াৰ এ জেদ শিৰোণাম অসমৰ স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে যে, যোৱা ৪ এপ্ৰিলত আলফা(স্বা)ৰ সদস্য বৰপেটা জিলাৰ ধনজিৎ দাস ওৰফে ৰূপক অসমে সংগঠনটোৰ চলমান শিবিৰৰ বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰিছিল৷ সংগঠনটোৰ পহৰাদাৰ ভ্ৰাম্যমান দল এটাই কৰায়ত্ত কৰাৰ পিছতে সংগঠনটোৰ প্ৰশাসনিক পৰ্যায়ত দায়িত্ববাহী বিষয়াৰ তত্বৱধানত সোধ-পোছত ৰূপক অসমে  তদন্তকাৰী বিষয়াৰ সন্মুখত নিজ মুখে সকলো অপৰাধ ব্যক্ত কৰে বুলি কোৱা হৈছে৷

ধনসিৎ দাস ওৰফে ৰূপক অসমে উদ্দেশ্যপ্ৰণোদিতভাৱে চলমান শিবিৰৰ পৰা পলায়ন কৰাৰ আগমুহূৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকা সময়ছোৱাৰ ভিতৰত একাংশ আৰক্ষী বিষয়া লগত সংগোপনে জড়িত হৈ আমাৰ সমৰ্থক-শুভাকাংক্ষীক চিনাক্ত কৰি অসম আৰক্ষী বাহিনীৰ হাতত ধৰাই দিয়াৰ লেখীয়া একাধিক গুৰুতৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰে বুলি বিবৃতিটোত কোৱা হৈছে৷

লগতে পঢ়ক পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

ইফালে, কামৰূপ (গ্ৰাম্য) জিলাৰ বাইহাটাৰ সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসমে ভাৰতীয় সেনা বাহিনী আৰু একাংশ অসম পুলিচ বিষয়াৰ নিৰ্দ্দেশত ধনৰ লালসাত বৈৰী ৰাষ্ট্ৰৰ চোৰাংচোৱা হিচাপে আমাৰ সংগঠনত যোগদানৰ গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে শত্ৰু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পৰ্য্যায়ক্ৰমে কাৰ্য্যকৰী কৰাৰ অভিপ্ৰায়ৰে সদস্যভুক্তি হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰে বুলি নিষিদ্ধ ঘোষিত সংগঠনটোৱে বিবৃতিটোত প্ৰকাশ কৰিছে।

সংগঠনটোৰ এই দুই সদস্যই অক্ষমনীয় অপৰাধ কৰা বুলি সদৰী কৰি সংগঠনটোৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা ৪ মে’ আৰু ৫ মে’ৰ দুখন পৃথক বিচাৰ সদনে সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধিৰ আধাৰত ৭ মে’ত মৃত্যুদণ্ড দিয়াৰ কথা বিবৃতিৰ যোগে সদৰী কৰিছে আলফা(স্বা)এ৷

ইফালে এক ভিডিঅ’ত সঞ্জীৱ শৰ্মাই অসম আৰক্ষীৰ গোপন এজেণ্ট হিচাপে আলফা (স্বা) যোগদান কৰা বুলি স্বীকাৰ কৰিছে৷

লগতে পঢ়ক পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই কয় যে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়াক চাৰি বছৰৰ পূৰ্বে তেওঁ সাক্ষাৎ লাভ কৰিছিল আৰু তেওঁলোকেই তেওঁক মণিপুৰত হত্যাৰ বলি হোৱা তেওঁৰ অৰ্ধসামৰিক বাহিনীৰ কামাণ্ড’ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফা(স্বা)ত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল৷ ইয়াৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক প্ৰশিক্ষণ প্ৰদান কৰা বুলিও দাবী কৰিছে৷

সঞ্জীৱ শৰ্মাই লগতে কয় যে তেওঁৰ অভিযান সফল হ’লে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ১ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া বুলিও প্ৰকাশ কৰিছে৷ ধৰা পৰাৰ পূৰ্বে সঞ্জীৱ শৰ্মাই আৰক্ষী আৰু সেনাই অৰ্পণ কৰা কেবাটাও অভিযান সফল কৰাৰ কথাও সদৰী কৰিছে৷

‘‘আলফা(স্বা)ত যোগদানৰ পূৰ্বে মই সেনা আৰু আৰক্ষীৰ কে’বাটাও অভিযানত অংশগ্ৰহণ কৰিছিলো, আৰু প্ৰতিটো অভিযানত ১০ ৰপৰা ২০ হাজাৰ টকাকৈ লাভ কৰিছিলো৷’’ সঞ্জীৱ শৰ্মাই দাবী কৰি কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamULFA-I
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
Next Post
পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.