• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

4 years ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

18 minutes ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

1 hour ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

2 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

3 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

3 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

6 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

6 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

7 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

editor by editor
May 7, 2022
in অপৰাধ, বিশ্ব
0
উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো বিমান বন্দৰ৷ বিমান বন্দৰটোত এখন যাত্ৰীবাহী বিমানে অৱতৰণ কৰিবলৈ লৈছে৷ পাইলতে ৰাণৱেত বিমানখনৰ গতি মন্থৰ কৰিবলৈ চেষ্টা কৰিছে৷

ঠিক তেনে সময়তে ঘটিল এটা অঘটন৷ এজন যাত্ৰীয়ে হঠাতে জৰুৰীকালীন দুৱাৰখন খুলি পাংখাৰ ওপৰত খোজকাঢ়িবলৈ ধৰিলে৷ লগে লগে বিমানৰ ভিতৰত হুলস্থুল আৰু আতংকৰ সৃষ্টি হৈ গ’ল৷ লগে লগে পাইলটে বিমানখনৰ জৰুৰী ব্ৰেক হেঁচি ৰখাবলৈ বাধ্য হয়৷

বিমানখন আছিল ফ্ৰেংক ইউনাইটেড এয়াৰলাইন্স ফ্লাইটৰ ২৪৭৮৷ চান ডিয়েগ’ৰ পৰা চিকাগোলৈ উভতি আহিছিল বিমানখন৷ সেই বিমানৰে যাত্ৰী আছিল কেলিফৰ্ণিয়াৰ বাসিন্দা ৫৭ বছৰীয়া ৰেণ্ডি ফ্ৰেংক৷ এই ৰেণ্ডি ফ্ৰেংকেই ঘটালে এই ভয়ংকৰ ঘটনাটো৷

লগতে পঢ়ক পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

ফ্ৰেংকে বিমানৰ পাংখাৰ পৰাই তললৈ জঁপিয়াই নামে আৰু ইয়াৰ পিছতে ৰেণ্ডি ফ্ৰেংকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অহা ২৭ জুনত তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব৷

‘‘মানুহজনে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলি চলন্ত বিমানখনৰ পাংখাত উপস্থিত হয়৷ তাৰ পিছত তেওঁ তললৈ জঁপিয়াই দিয়ে৷ গ্ৰাউণ্ড ক্ৰুৱে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷’’ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়৷

মানুহজনে কিয় এই কাণ্ডটো সংঘটিত কৰিছিল? মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঘৰুৱা যাত্ৰীৰ একাংশই দাবী কৰিছে যে বিমান অৱতৰণ কৰাৰ পিছতো বহু সময় ধৰি বিমানৰপৰা নামিবলৈ যাত্ৰীসকলে অপেক্ষা কৰিবলগীয়া হয়৷

লগতে পঢ়ক ১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

ইফালে বিমানৰ মূল দুৱাৰটো যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ ৰেণ্ডি ফ্ৰেংকেই এই ভিৰৰ পৰা পৰিত্ৰাণ পাবলৈকে এই কাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে৷

অৱশ্যে, আমেৰিকাৰ বিমানত এনে অদ্ভূত কাণ্ড বা ঘটনা নতুন নহয়৷ কেৱল যোৱা বৰ্ষতে প্ৰায় ৫,৫০০ হাজাৰ লোকক এনে অভদ্ৰ আৰু অদ্ভূত কাণ্ড তথা আচৰণৰ বাবে বিমান যাত্ৰা নিষিদ্ধ কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMad man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?
বিশ্ব

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

August 9, 2026
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?
ভাৰত

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

August 9, 2026
Next Post
কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট

কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট

‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.