• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

7 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

7 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

7 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

8 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

9 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

11 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

11 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

12 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

13 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

14 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

14 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

editor by editor
May 11, 2022
in অসম, ৰাজনীতি
0
সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চোৰাংচোৱাৰ সন্দেহত দুজনকৈ সদস্যক আলফা(স্বাঃ) মৃত্যুদণ্ড দিয়াৰ পিছতো নিষিদ্ধ ঘোষিত সংগঠনটোলৈ যোৱা যুৱক-যুৱতীৰ সোঁত স্তব্ধ হোৱা নাই৷

এইবাৰ এগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ আহি পৰিছে৷

জানিব পৰা মতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ উদীয়মান কণ্ঠশিল্পী অভিলেখ বড়া নামৰ যুৱকজনে আলফা(স্বাঃ) যোগদান কৰিছে৷

লগতে পঢ়ক দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ নিবাসী শিক্ষক উচ্চকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেখ বড়াই পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি আলফা(স্বাঃ)ত যোগদান কৰা বুলি খবৰ আহিছে৷

যুৱকজনে যোৱা ৫ মে’ত স্কুটি লৈ মোবাইল মেৰামতি কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ পোৱা যায়৷ সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পিছত বন্ধুৰ জৰিয়তে অভিলেখ বড়াই আলফা(স্বা)ত যোগদান কৰা বুলি জানিব পাৰে৷

লগতে পঢ়ক কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

ইয়াৰ পিছতে পৰিয়ালটোত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ লাভ কৰা অভিলেখ বড়া এগৰাকী উদীয়মান কণ্ঠশিল্পীও৷ অহা ১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত সংগীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেখ বড়াই৷

ইফালে নিজ পুত্ৰ আৰু স্বামীক আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ লাভ কৰিয়ে মৰ্মাহত হৈ পৰিছে অভিলেখ বড়াৰ পিতৃ-মাতৃসহ পত্নীয়ে৷ তেওঁলোকে অভিলেখ বড়াক পুনৰ নিজ ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamULFA-I
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.