• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

4 years ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

27 minutes ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

2 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

3 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

15 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

editor by editor
May 12, 2022
in বিশ্ব, স্বাস্থ্য
0
সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে৷ দেশখনত কোভিড সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে শাসক কিম জং উনে এই নিৰ্দেশনা জাৰি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ যোৱা ৮ মে’ত দেশখনৰ ৰাজধানীত নমুমা সংগ্ৰহ কৰি পৰীক্ষাৰ কৰাৰ পিছতে পিয়ংয়ঙত কোভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্ট ধৰা পৰিছে৷

কোভিড পৰীক্ষা ইয়াৰ পিছতে শাসক কিমে বৃহস্পতিবাৰে পাৰ্টিৰ ৰাষ্ট্ৰীয় পলিটব্যুৰ বৈঠক আহ্বান কৰি দেশখনত ৰাষ্ট্ৰজোৰা লকডাউন বলৱৎ আৰু চিকিৎসা সামগ্ৰী মজুতকৰণ, যোগান আৰু বিতৰণ সম্পৰ্কীয় কেবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

দেশখনত কোভিড সংক্ৰমণে ধৰাৰ পৰা পিছতে ভয়াৱহ সংকটে দেখা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ স্বাস্থ্য খণ্ড অতিকৈ শোচনীয় আৰু আন্তঃগাঁথনি তথৈৱচ৷ দেশখনৰ শোচনীয়া স্বাস্ব্য খণ্ডই মহামাৰীৰ সৈতে কেনেকৈ মোকাবিলা কৰিব তাকেলৈ বিশ্বজুৰি দুঃচিন্তা আৰম্ভ হোৱা দেখা গৈছে৷

ইফালে দেশখনৰ শাসক কিম জং উনে কোভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা কোনো সঁহাৰি গ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছিল৷ মিত্ৰ দেশ বুলি চৰ্চা লাভ কৰি অহা চীনৰ পৰাও উত্তৰ কোৰিয়াই ভেকচিনৰ সাহায্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷

যাৰ ফলত দেশখনৰ অধিকাংশ লোকেই ভেকচিন গ্ৰহণ কৰা নাই বুলি ধাৰণা কৰা হৈছে৷ দেশখনে এতিয়াও যে বৰ্হিৰাষ্ট্ৰৰ পৰা চিকিৎসা সাহায্য গ্ৰহণ কৰিব সেয়া লৈ বিশ্ব সম্প্ৰদায় সন্দিহান হৈ আছে৷ দেশখনে কোভিড ভেকচিন গ্ৰহণ নকৰি দেশৰ সীমান্তৰ পথসমূহ সম্পূৰ্ণ বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল৷

লগতে পঢ়ক বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

ইফালে দেশখনত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শাসক কিমে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথসমূহ বন্ধ কৰি কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাও বলবৎ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও কিমে ২০২০ চনৰ জুলাই মাহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দক্ষিণ কোৰিয়াৰ সীমান্তৰ ওচৰৰ কায়েছঙত তিনি সপ্তাহৰ বাবে লকডাউন বলৱৎ কৰিছিল৷

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থা(WTO)ৰ শেহতীয়া তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ ২.৫ কোটি লোকৰ ভিতৰত ৬৪,২০৭ জন লোকে ৩১ মাৰ্চলৈকে ক’ভিড-১৯ পৰীক্ষা লাভ কৰিছিল যদিও তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল। কিন্তু এইবাৰ দেশখনত কোভিড সংক্ৰমণ ধৰা পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim jong-unnorth korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা
জীৱনশৈলী

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
Next Post
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.