• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

4 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

1 hour ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

2 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

3 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

4 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

4 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

5 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

6 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

6 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

7 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

9 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

editor by editor
May 17, 2022
in অপৰাধ, বিশ্ব, ৰাজনীতি
0
জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ব্ৰিটিছ ভুতত্ত্ববিদ আৰু এগৰাকী জাৰ্মান পৰ্যটকক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে মধ্যপ্ৰাচ্য দেশ ইৰাকৰ এক আদালতে৷

দুয়ো গৰাকী লোকৰ বিৰুদ্ধে ইৰাকৰ পৰা অতি প্ৰাচীন ১২ টা শিল আৰু মৃৎশিল্পৰ টুকুৰা চোৰ কৰাৰ অপৰাধত এই চৰম শাস্তি বিহিছে ইৰাকৰ আদালতে৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে ৬৬ বছৰীয়া অৱসৰপ্ৰাপ্ত জিম ফিটন নামৰ ভূতত্ত্ববিদগৰাকীয়ে দক্ষিণ ইৰাকৰ এৰিডু চহৰৰ প্ৰত্নতাত্ত্বিক স্থানৰ পৰা উক্ত সম্পদখিনি সংগ্ৰহ কৰিছিল৷ অভিযোগ অনুসৰি ফিটনে ফালকাৰ ৱাল্ডমেন জাৰ্মান পৰ্যটকগৰাকীয়ে সৈতে এক প্ৰত্নতাত্ত্বিক আৰু ভূতাত্ত্বিক ভ্ৰমণলৈ গৈছিল৷

লগতে পঢ়ক ৯ গৰাকী পত্নী! এগৰাকীয়েই হ’ব পাৰিব মাতৃ! কি নিয়ম কৰিলে স্বামীয়ে?

তেওঁলোকে উক্ত প্ৰত্নতাত্ত্বিক সম্পদসমূহ লৈ যোৱা ২০ মাৰ্চত নিজ দেশলৈ উভতনি যাত্ৰা কৰাৰ পূৰ্বে বিমানবন্দৰত কৰা তালাচীৰ সময়ত ধৰা পৰে আৰু ইৰাকৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে যোৱা ১৫ মে’ত দুই অভিযুক্তৰ শুনানি গ্ৰহণ কৰি ইৰাকৰ আদালতে ফাঁচীৰ নিৰ্দেশ দিয়ে৷

দুই অভিযুক্তই কয় যে তেওঁলোকে ইৰাকৰ আইনৰ বিষয়ে অৱগত নাছিল সেয়ে এই সম্পদসমূহ উপহাৰ হিচাপে গ্ৰহণ কৰিহে নিজ ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল৷

এই বাতৰি বিয়পি পৰাৰ লগে লগে বিশ্বৰ মানৱধিকাৰ সংগঠনসমূহে ইৰাকৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে৷

লগতে পঢ়ক ফেট ৰিমুভেল অস্ত্ৰোপচাৰ কৰি মৃত্যু দক্ষিণৰ জনপ্ৰিয় ২১ বছৰীয়া অভিনেত্ৰীৰ

ইফালে ভূতত্ত্ববিদ ফিটনৰ পৰিয়ালে ব্ৰিটেইনৰ সংসদক ইৰাকৰ এই ৰায়ৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে৷ এই আহ্বানৰ পিছতে সমগ্ৰ বিষয়টো বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰে আৰু বিশ্বজুৰি মানৱ অধিকাৰ সংগঠনসমূহে ইৰাকৰ আদালতৰ ৰায় প্ৰত্যাহাৰৰ দাবী জনাইছে৷

আনহাতে, দুই অভিযুক্তই দাবী কৰিছে যে বিমানবন্দৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বলৈকে তেওঁলোক দুয়ো পৰিচিত নাছিল৷

আদালতৰ ন্যায়াধীশে অভিযুক্তদ্বয়ক কয় যে তেওঁলোকৰ বিৰুদ্ধে ২০০২ চনৰ এখন আইন অনুসৰি অভিযোগ উত্থাপন কৰা হৈছে য’ত ‘ইৰাকৰ পৰা ইচ্ছাকৃতভাৱে কোনো প্ৰাচীন বস্তু লোৱা বা উলিয়াই নিবলৈ চেষ্টা কৰা’ৰ দোষীত মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBritaingermanyIraq
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
Next Post
যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.