• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

4 years ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

37 minutes ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

1 hour ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

5 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

6 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

7 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

editor by editor
May 19, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজোৎ সি সিদ্ধুক এক হত্যাকাণ্ডৰ অপৰাধত ১ বছৰৰ কাৰাবাসৰ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷

উল্লেখ্য দেশৰ একালৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কাৰাদণ্ডৰ ৰায় লাভ কৰাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

সদ্যসমাপ্ত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলক নেতৃত্ব দি পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজোৎ সিং সিন্ধুৱে কিয় আৰু কেনেকৈ এবছৰৰ কাৰাদণ্ডৰ শাস্তি ৰায়ৰ লাভ কৰিলে সেয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ অৰ্থাৎ কি অপৰাধৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে নৱজোৎ সিং সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড দিলে?

লগতে পঢ়ক আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

উচ্চতম ন্যায়ালয়ে ৩৪ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ গোচৰত প্ৰাক্তন ক্ৰিকেটাৰ সিদ্ধুক কাৰাদণ্ড বিহিছে৷ কি আছিল এই গোচৰটো?

১৯৮৮ চনৰ এটা ৰোড ৰেজ গোচৰত কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু অভিযুক্ত আছিল৷ অভিযোগ অনুসৰি ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত সিদ্ধুৱে গুৰ্ণম সিং নামৰ এগৰাকী বৃদ্ধ মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল৷

ইফালে ৰোড ৰেজ গোচৰ বুলি জনাজাত উক্ত গোচৰত আত্মপক্ষৰ সমৰ্থনত সিদ্ধুৱে দাবী কৰিছিল যে ভুক্তভোগী লোকগৰাকীৰ আঘাতৰ বাবে মৃত্যুৰ হোৱা বুলি কোনো তথ্য প্ৰমাণ নাই।

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীক ১৯৯৯ চনৰ ১১ ছেপ্টেম্বৰত পাটিয়ালাৰ এখন সত্ৰ আদালতে উক্ত গোচৰৰ হত্যাৰ অভিযোগৰ পৰা নৱজোৎ সি সিদ্ধু আৰু তেওঁৰ সহযোগীক দোষমুক্ত কৰিছিল৷

কিন্তু নিম্ন আদালাতৰ এই ৰায়ৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়৷ ইয়াৰ পিছতে ২০০৬ চনত উচ্চ ন্যায়ালয়ে নৱজোৎ সিং সিদ্ধুক দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ সেই ৰায়ক প্ৰত্যাহ্বান জনাই সিদ্ধুৱে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু দেশৰ শীৰ্ষ ন্যায়ালয়ে বৃহস্পতিবাৰে নৱজোৎ সিং সিদ্ধুক উক্ত গোচৰত দোষী সাব্যস্ত কৰি ১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে৷

উক্ত ৰায়ৰ পিছতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে আদালতৰ মজিয়াতে আত্মসমৰ্পণ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNavjot Sidhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
Next Post
পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

আলিংগনৰ সুখ! পুৰুষ মহিলা কোন বেছি উপকৃত হয় আলিংগনত? সমীক্ষাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.