• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

4 years ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

28 minutes ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

1 hour ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

2 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

3 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

11 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

13 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

13 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

14 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

15 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?

editor by editor
May 19, 2022
in বিবিধ, বিশ্ব
0
কিয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে উদ্ভিদৰ পুৰুষৰ যৌনাংগ আকৃতিৰ অংগ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উদ্ভিদবিধৰ বৈজ্ঞানিক নাম Nepenthes Bokorensis ৷ অৱশ্যে বেছিভাগ মানুহেই ইয়াক ‘পেনিছ ফ্লাই ট্ৰেপ’ বুলিহে জানে। সুপৰিচিত কীটভোজী উদ্ভিদবিধে আকৌ পোক-পৰুৱা আৰু কেঁচু খায়।

কিন্তু আচৰিত কথাটো হ’ল যে উদ্ভিদে খাদ্য সংগ্ৰহ কৰা অংগটো অলপ পুৰুষৰ যৌনাংগৰ দৰেই দেখা যায়। কম্বোডিয়াত প্ৰচুৰ পৰিমাণে পোৱা এই উদ্ভিদবিধে এইবাৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ দেখা গৈছে।

হঠাতে কম্বোডিয়াৰ বকো পাহাৰৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই উদ্ভিদবিধে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভিডিঅ’টোত দেখা পোৱা গৈছে কেইগৰাকীমান উৎসাহী যুৱতীয়ে এই উদ্ভিদৰ পৰা ফুল ছিঙিছে।

লগতে পঢ়ক পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

তেওঁলোকে পুৰুষৰ যৌনাংগৰ দৰে আকৃতিৰ এই উদ্ভিদৰ ফুলবিধক ছিঙি তেওঁলোকৰ গালত ঘঁহি থকাও দেখা গৈছে।

এবিধ বিৰল প্ৰজাতিৰ উদ্ভিদক নষ্ট কৰি পেলোৱাৰ এই ভিডিঅ’টো দেখি হতভম্ব হৈ পৰিছে পৰিৱেশবিদসকল। ভিডিঅ’টো দেখাৰ লগে লগে পৰিৱেশবিদসকলে তীব্ৰ গৰিহণাৰ দিছে। একপ্ৰকাৰৰ গৰিহণাৰ ধলেই বৈছে৷

পৰিৱেশবিদসকলৰ এই সচেতন প্ৰয়াসৰ পিছতে শেষত কম্বোডিয়াৰ পৰিৱেশ মন্ত্ৰালয়ে সমগ্ৰ ঘটনাটোৰ ওপৰত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

বিবৃতিটোত কোৱা হৈছে যে ‘‘পৰিৱেশৰ এই সম্পদবিদক ভালপোৱাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেইবোৰ ছিঙি নষ্ট নকৰিব। আপোনালোকে যি কৰি আছে সেয়া একেবাৰেই সঠিক হোৱা নাই। ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰত থাকক।’’

বিশেষজ্ঞসকলে কয় যে যদিও প্ৰথম অৱস্থাত লিংগৰ সদৃশ অংশটো ফুলৰ দৰে দেখা যায়, তথাপিও ই একেবাৰে ফুল নহয়, বৰঞ্চ ৰূপান্তৰিত পাতহে। এই অংগটোৰ জৰিয়তে উদ্ভিদে খাদ্য সংগ্ৰহ কৰে।

এই অংশত সুগন্ধি যুক্ত কিছুমান উপাদান থাকে। এই সুগন্ধিৰ টানত পোক-পৰুৱাই আহি পৰেহি আৰু তেতিয়াই ঢাকনিৰ দৰে থকা ইয়াৰ অংশটো বন্ধ হৈ পোক-পৰুৱাবোৰক ভক্ষণ কৰে। তাৰ পিছত অংগটোৰ ভিতৰত একাধিক তৰল পদাৰ্থ নিঃসৰণ হয়। ইয়াত আবদ্ধ হৈ থকা পোকবিধ এইদৰেই হজম হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNepenthes Bokorensis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
Next Post
ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.