• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

4 years ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

44 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

1 hour ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

editor by editor
May 30, 2022
in অপৰাধ, ৰাজনীতি, সংগীত
0
দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱৰ আম আদমি পাৰ্টিৰ চৰকাৰে নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ মাত্ৰ এটা দিনৰ পিছতে অৰ্থাৎ দেওবাৰে পঞ্জাৱ জনপ্ৰিয় শিল্পী তথা ৰাজ্যখনৰ কংগ্ৰেছ সিদ্ধু মুছেৱালাক দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে৷

এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ লগতে পঞ্জাৱৰ ভগৱম্ত মান আপ চৰকাৰৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰে তীব্ৰ ভাষাৰে সমালোচনাৰ জোৱাৰ তুলিছে৷ পঞ্জাৱৰ জনগণই অনভিজ্ঞ তথা অপৰিপক্ক আপ চৰকাৰ গঠন কৰাৰ কুফল ভুগিছে বুলি কংগ্ৰেছে তীব্ৰ আক্ৰমণ কৰিছে ভগৱন্ত মান চৰকাৰৰ লগতে পঞ্জাৱী জনতাকো৷

পঞ্জাৱৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পীগৰাকী হত্যাকণ্ডই দেশত তোলপাৰ লগাই থকাৰ সমান্তৰালভাৱে কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে তাকে লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷

লগতে পঢ়ক ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

ইয়াৰ মাজতে বলিউদৰ জনপ্ৰিয় পাঞ্জাৱী শিল্পী তথা সদ্য প্ৰয়াত সিদ্ধুৰ ঘণিষ্ঠ বন্ধু মিকাই এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছে সেই সম্পৰ্কে মুখ খুলিছে৷

মিকাই মম্বাইৰ সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি সিদ্ধু মুছৱালাই গেংষ্টাৰৰ পৰা হত্যাৰ ভাবুকি লাভ কৰি আহিছিল৷ তেওঁৰ মতে সিদ্ধুৰ হত্যাৰ আঁৰত গেংষ্টাৰৰেই হাত আছে৷

‘ইবন বতুতা’ৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয় যে, ‘‘চাৰি বছৰ আগতে সিদ্ধুৱে গেংষ্টাৰৰ ভাবুকিৰ কথা কৈছিল, কিছুমান গেংষ্টাৰে হয়তো তেওঁৰ পৰা ধন দাবী কৰাৰ চেষ্টা কৰিছিল।’’ শিল্পী মিকাই লগতে কয়৷

লগতে পঢ়ক  KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?

মিকাই লগতে আক্ষেপ কৰি কয় যে তেওঁ খেল নেখেলাকৈয়ে ভালকৈ জীয়াই থাকিব পাৰিলেহেঁতেন, আৰু বহু কিবা কৰিব পাৰিলেহেঁতেন! ‘‘সিদ্ধু যোৱা সপ্তাহত মুম্বাইলৈ আহিছিল। তেওঁ মোক কৈছিল যে তেওঁ ইয়াত মুক্তভাৱে আৰু কোনো নিৰাপত্তা নোহোৱাকৈ ঘূৰিব পাৰে। মইও তেওঁক ভৱিষ্যতে মুম্বাইতে থাকিবলৈ কৈছিলো।’’

মিকাৰ মতে সিদ্ধু মুছেৱালা কেৱল পঞ্জাৱৰ নহয় সমগ্ৰ বিশ্বৰ গৌৰৱ। এটা কলমেৰে মাত্ৰ তিনি বছৰতে তেওঁ  ইমান জনপ্ৰিয় হৈ উঠিছিল বুলিও কয় মিকাই।

সিদ্ধুৰ ৰেপৰ কথা কওঁতে মিকাই কৈছিল, ‘‘মুছেৱালাৰ নিজৰ গানত লাইট মুড নাছিল। মানুহে মাত্ৰ আটাইতকৈ ভাল লগা গীতবোৰ গাইছিল।” মিকাই সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সঠিক তদন্ত আৰু বিচাৰৰ দাবী জনাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPunjab CM Bhagawant MannPunjab GovtSidhu Moosewala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.