• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

4 years ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

17 minutes ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

54 minutes ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

1 hour ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

2 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

2 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

2 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

3 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

3 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

19 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

19 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

20 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

editor by editor
May 31, 2022
in চিনেমা, বিনোদন
0
‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউদৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছত বি টাউনত ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্যে ছাবা আৰু ঋত্বিকে নিজৰ সম্পৰ্কৰ কথা প্ৰথমে স্বীকাৰ নকৰিলেও মাজে মাজে সাংবাদিকে দুয়োকে একেলগে কেমেৰাত আৱদ্ধ কৰি আহিছিল।

পিছে এইবাৰ বলীউডৰ নতুন প্ৰেমিক যুগল চৰ্চালৈ আহিছে বিশেষ এটা কাৰণতহে। কিয়নো শেহতীয়াকৈ ছাবাৰ এটা ভিডিঅ’ত কমেন্ট কৰিছে ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানে।

লগতে পঢ়ক শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

ইনষ্টাগ্ৰামত দিয়া বাদামী ৰঙৰ ব’ডি হাগিং ড্ৰেছ পিন্ধি ছাবাক ভিডিঅ’টোত আগৰ দৰেই ষ্টানিং দেখা গৈছে। ছাবাই এই ভিডিঅ’ পোষ্টটোত কেপচন হিচাপে লিখিছে, ‘‘এই নাৰ্চিছিজমৰ বাবে মোৰ কোনো স্মাৰ্ট কেপচন নাই!! #bts।’’

তেতিয়ালৈকে ভিডিঅ’টো বিশেষ গুৰুত্ব পাবলগীয়া নাছিল৷ পূৰ্বৰ দৰেই এটা সচৰাচৰ ভিডিঅ’ৰ দৰেই আছিল বুলি ক’ব পাৰি৷ কিন্তু হঠাতে ভিডিঅ’টোত এটা টুইছ আহিল যেতিয়া ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানে তাত বিশেষ কমেন্ট দিলে৷

পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুছান খানে কমেণ্ট ছেকচনলৈ গৈ জুইৰ ইমোজিৰে লিখিলে, “ৱাউ ছাবু”।

View this post on Instagram

A post shared by Saba Azad (@sabazad)

লগতে পঢ়ক ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

চুজান খানৰ এই কমেন্টৰ পিছতে বি টাউনত ঋত্বিক, ছাবা আৰু ছুজান এই তিনিও বিশেষ চৰ্চা লাভ কৰিছে৷ ঋত্বিক আৰু ছাবাৰ সম্পৰ্কৰ বিষয়টোও পুনৰ বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে৷

উল্লেখ্য যে ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী সুজান লগত ঋত্বিকৰ গাৰ্ল ফেণ্ডৰ সম্পৰ্ক ভগ্নীৰ দৰে৷ দুয়োকে একেলগে প্ৰায়ে দেখা যায়৷ বি টাউনত ঋত্বিক আৰু ছাবাক প্ৰায়ে একেলগে দেখা গ’লেও দুয়োৱে তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰথমে স্বীকাৰ কৰা নাছিল৷

লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

কিন্তু ছবি নিৰ্মাতা তথা নিৰ্দেশক কৰণ জহৰৰ ৫০ সংখ্যক জন্মদিনৰ দিনা ছাবা আজাদৰ সৈতে উপস্থিত আছিল ঋত্বিক ৰোশন৷ তাত উপস্থিত আছিল ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানো৷ উক্ত অনুষ্ঠানতে ঋত্বিক ৰোশনে ছাবা আজাদৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিছিল৷

ইয়াৰ পিছতে চুজান খানে ছাবা আজাদৰ ইনষ্টাগ্ৰাম ভিডিঅ’ত এই সুন্দৰ কমেন্ট দিয়াৰ পিছতে সমগ্ৰ বিষয়টোৱে বি টাউনৰ চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHrithik RoshanSaba AzadSussanne Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

May 4, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
Next Post
শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.