• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

4 years ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক

35 seconds ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

32 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

18 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

24 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?

editor by editor
June 1, 2022
in বাণিজ্য, বিবিধ
0
বিশ্বৰ সৰ্ববৃহৎ হুইস্কিৰ বটলটো কিমান ডাঙৰ? ইয়াৰ মূল্য কিমান?
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সৰ্ববৃহৎ হুইস্কী বটলটো কিমান ডাঙৰ আপুনি জাননে? আপুনি বিশ্বাস কৰিবলৈ টান পালেও বিশ্বৰ আটাইতকৈ ডাঙৰ হুইস্কি বটলটোৰ আকাৰ হৈছে ৫ ফুট ১১ ইঞ্চিৰ উচ্চতাৰ৷

এই বৃহৎ হুইস্কি বটলটো যোৱা সপ্তাহত নিলাম যোগে বিক্ৰী কৰা হৈছে৷ দ্য ইনট্ৰেপিড নামৰ এই হুইস্কি বটলটো ১৯৮৯ চনত স্কটলেণ্ডৰ মেকলান ডিষ্টিলেৰীত ডিষ্টিল কৰা হৈছিল৷

লগতে পঢ়ক কেনেকৈ হত্যা কৰা হৈছিল পাঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছৱালাক? হত্যাকাণ্ডৰ A to Z জানিবলৈ পঢ়ক

২০২১ চনত পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ডানকান টেইলৰ স্কচ হুইস্কিয়ে এই বটলটোত ৩১১ লিটাৰ হুইস্কি ভৰ্তি কৰে৷ আৰু ২০২১ চনৰ ছেপ্টেম্বৰত এই বটলটোৱে গিণিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ লাভ কৰে৷

#TheIntrepid – officially the world’s largest bottle of Scotch #whisky – reaches £1.1 million in today’s auction. An adventure from the start, The Intrepid project is dedicated to the spirit & experience of exploration. pic.twitter.com/9G6TJ8nLQg

— Lyon & Turnbull (@LyonandTurnbull) May 25, 2022

ইয়াৰ পিছতে ২০২২ চনৰ ২৫ মে’ত স্কটলেণ্ডৰ নিলাম প্ৰতিষ্ঠান লায়ন এণ্ড টাৰ্ণবুল-এ এই বটলটো নিলাম কৰে৷ আৰু উক্ত নিলাম অনুষ্ঠানৰ পৰাই এজন অজ্ঞাত গ্ৰাহকে উক্ত বটলটো ১.৪ নিযুত মাৰ্কিন ডলাৰ ভাৰতীয় মূল্যৰ হিচাপত প্ৰায় ৮৫.৮৮ লাখ টকাত ক্ৰয় কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamworld largest whiskey battle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক
বিশ্ব

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক

June 6, 2026
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’
বিনোদন

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
Next Post
গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.