• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

4 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

5 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

5 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

6 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

6 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

7 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

9 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

10 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

10 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

11 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

12 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

editor by editor
June 5, 2022
in ভাৰত
0
পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ। ১২ বছৰ সংসাৰ কটোৱাৰ পাছত স্বামী জেৰাৰ্ড পিকিউৰ সৈতে বিবাহ বিচ্ছেদ হয় ৪৫ বছৰীয়া কলম্বিয়ান পপষ্টাৰগৰাকীৰ।

শনিবাৰে এক বিবৃতিযোগে দুয়োৰে বিচ্ছেদৰ কথা ঘোষণা কৰে। বিবৃতিত তেওঁলোকে উল্লেখ কৰে যে ‘আমি বিচ্ছেদ হোৱাটো নিশ্চিত কৰি আমি দুখ পাইছো৷

আমাৰ শিশুসকলৰ মংগলৰ বাবে, যিসকল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, আমি (আমাৰ) গোপনীয়তাৰ প্ৰতি সন্মান জনাইছো।’ ছাকিৰা বিশ্বৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় নাম।

বিক্ৰী কৰিছো ৬ কোটিৰো অধিক এলবাম। বিশেষকৈ ছাকিৰাই কণ্ঠদান কৰা ২০১০ চনৰ ফিফা বিশ্বকাপৰ টাইটেল ছং ৱাকা ৱাকা (দিছ টাইম ফৰ আফ্ৰিকা)ই জনপ্ৰিয়তাৰ শিখৰ চুইছিলগৈ।

জেৰাৰ্ড পিকিউ এগৰাকী ফুটবল তাৰকা। স্পেইনৰ ফুটবল নায়ক ৪৫ বছৰীয়া জেৰাৰ্ড ২০১০ চনৰ বিশ্বকাপ আৰু ২০১২ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপ জয় কৰাৰ উপৰি বাৰ্চিলোনাৰ সৈতে তিনিবাৰকৈ চেম্পিয়নছ লীগ বিজয়ী হৈছিল।

২০১০ চনত তেওঁৰ “ৱাকা ৱাকা (দিছ টাইম ফৰ আফ্ৰিকা)” মিউজিক ভিডিঅ’ৰ চিত্ৰগ্ৰহণৰ সময়ত দুয়ো প্ৰথমবাৰৰ বাবে চিনাকি হৈছিল। ২০১১ চনত ছাকিৰা আৰু জেৰাৰ্ডৰ সম্পৰ্কৰ কথা ৰাজহুৱা হৈছিল।

তাৰ পিছতে বাৰ্চিলোনাত দুয়ো একেলগে থাকিবলৈ লৈছিল যদিও তেওঁলোকে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল। তেওঁলোৰ জীৱনলৈ আহিছিল দুটিকৈ সন্তান।

২০১৩ চনৰ ২২ জানুৱাৰীত জন্ম পাইছিল প্ৰথম সন্তান মিলানৰ আৰু ২০১৫ চনৰ ২৯ জানুৱাৰীত জন্ম পাইছিল দ্বিতীয় সন্তান ছাছাৰ। কিন্তু বিগত কিছুদিন ধৰি দুয়োৰে সম্পৰ্ত ফাট মেলিছিল।

ইয়াৰ আঁৰত স্বামীৰ পৰকীয়া প্ৰেম। অভিযোগ অনুসৰি ছাকিৰাৰ অগোচৰে এগৰাকী ২০ বছৰীয়া সুন্দৰীৰ সৈতে ডেট কৰে স্বামী জেৰাৰ্ডে।

যাৰ বাবে দুয়োৰে সম্পৰ্কৰ অধিক অৱনতি ঘটে আৰু ছাকিৰাই দুই সন্তানৰ সৈতে অকলে থাকিবলৈ লয়। ইপিনে এক কৰ ফাকিৰ গোচৰতো অভিযুক্ত ছাকিৰা।

চাকিৰাৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ পৰা ১৪.৫ মিলিয়ন ইউৰো (১৫.৫ মিলিয়ন ডলাৰ)ৰ ভিতৰত স্পেইনৰ কৰ কাৰ্যালয়ক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আদালতত গোচৰো চলি আছে।

বিচাৰৰ দিন ওচৰ চাপি অহাৰ এসপ্তাহতকৈ অলপ বেছি সময় থকাৰ সময়তে দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBollywooddaily horoscope for today in assamesePOPSTARSAKIRAsakira
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
Next Post
১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

১৮ বছৰ পিছত দৃশ্যমান হ'ব বিৰল মহাজাগতিক পৰিঘটনা !

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.