• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা

কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা

editor by editor
June 10, 2022
in অসম
0
কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাহনৰ গতিবেগ ধৰা পেলাবলৈ ৰেংলীৰ পৰা বৰজুৰিলৈকে উদ্যানখনত চেন্সৰ চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। বনাঞ্চলত বাহনৰ গতিবেগ ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে। দুৰ্ঘটনাত যাতে জীৱ-জন্তুৰ মৃত্যু নহয় আৰু উদ্যানখনত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবেই প্ৰতিঘণ্টাত বাহনৰ সৰ্বোচ্চ গতিবেগ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

চালকৰ বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ৰেংলীৰ পৰা বৰজুৰিলৈকে বিস্তৃত উদ্যানখনত চেন্সৰ কেমেৰা স্থাপন কৰা হৈছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ গগৈয়ে জনোৱা মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো কেমেৰা স্থাপন কৰি বাহনৰ গতি নিৰীক্ষণ কৰা হৈছে। উল্লেখ্য যে ঘাইপথটোৰ এইছোৱা হৈছে গঁড়ৰ বিচৰণভূমি।

সংমণ্ডল বন বিষয়াগৰাকীয়ে কয় যে কেমেৰাত এনে ৰাডাৰ আছে যে যিয়ে গাড়ীৰ গতিবেগ ধৰা পেলাব। প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিৰে চলা বাহনসমূহৰ নম্বৰ প্লেটৰ ফ’টো স্বয়ংক্ৰিয়ভাৱে কেমেৰাত পৃথকে পৃথকে সংৰক্ষণ কৰা হ’ব।

লগতে পঢ়ক নাৰী কেৱল ভোগৰ সম্পদ নেকি! আচলতে ‘গেহৰাইয়াঁ’-এ কি কয়?

বিষয়াগৰাকীয়ে জনোৱা মতে, অসমত বাৰিষা কালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ শুকান ভূমিৰ সন্ধানত বনৰীয়া জন্তু ওলাই আহে আৰু লগতে পথ পাৰ হৈ হাইলেণ্ডত উপস্থিত হয়। এনে অৱস্থাত যান-বাহনৰ গতিৰ সীমা হ্ৰাস কৰি জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কেমেৰা স্থাপন কৰা হৈছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ গতিবেগৰ ওপৰত গাড়ী চলোৱা বাহনৰ মালিকসকলক শাস্তি প্ৰদান কৰা হ’ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

এই ধাৰাত দ্ৰুতবেগী বাহনসমূহৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হ’ব বুলি বিষয়াগৰাকীয়ে কয়। ইফালে ৪০ ঘণ্টাৰ গতিবেগৰ ওপৰত চলোৱা বাহনৰ চালকক ৫,০০০ জৰিমনাও বিহা হ’ব বুলি কোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 245best news channel in assamBest news channel of assamBest News Portal in Assamkaziranga national park
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 

ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম... 

কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.