• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!

কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!

4 years ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

10 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

11 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

11 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

12 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

13 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

14 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

15 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

15 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

16 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

17 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

18 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!

editor by editor
June 16, 2022
in বিশ্ব, স্বাস্থ্য
0
কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে ঘোষণা কৰিছে যে দেশখনত অচিনাক্ত মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছে, যাৰ ফলত ক’ভিড-১৯ৰ সৈতে যুঁজি থকা দেশখনে অন্য এক মহাসংকটৰ সন্মুখীন হৈছে৷ ইতিমধ্যে দেশখনৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-এ দেশখনৰ নতুন সংকটৰ বিষয়ে প্ৰকাশ কৰিছে৷

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএৰ মতে, উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে বুধবাৰে পশ্চিমৰ বন্দৰ চহৰ হাইজুলৈ ‘তীব্ৰ ষ্ট্ৰাইটিছক মহামাৰী’ত আক্ৰান্ত ৰোগীৰ বাবে ঔষধ প্ৰেৰণ কৰি শীঘ্ৰে আশুআৰোগ্য কামনা কৰিছে৷

ইফালে সংবাদ সংস্থাটোৱে ৰোগবিধৰ নাম স্পষ্টকৈ উল্লেখ কৰা নাই আৰু উক্ত অচিনাক্ত ৰোগত এতিয়ালৈকে কিমান লোক আক্ৰান্ত হৈছে অথবা কোনো লোকৰ প্ৰাণ হানি হৈছে সেই বিষয়েও বিশদ বিৱৰণ দিয়া নাই৷ অৱশ্যে ৰোগটোক এণ্টেৰিক সদৃশ বুলি উল্লেখ কৰা হৈছে, যিটোৱে গ্ৰেষ্ট্ৰাইটিকছক বুজায়৷

লগতে পঢ়ক  ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?

কেচিএনএ-এ কয় যে, “কিমে ইয়াৰ সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সন্দেহযুক্ত ৰোগীসকলক কোৱাৰেণ্টাইন কৰাৰ বাবে এক সুসংহত ব্যৱস্থা গ্ৰহণ কৰি মহামাৰীক অতি সোনকালে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, মহামাৰী বিজ্ঞান পৰীক্ষা আৰু বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে আক্ৰান্ত ৰোগীসকলক নিশ্চিত কৰা হৈছে।”

উল্লেখ্য যে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি একেবাৰে অন্নুনত উত্তৰ কোৰিয়াত কেইটামান মাহৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাৰ বাতৰি প্ৰকাশ পাইছিল৷ ভেকচিন আৰু চিকিৎসা সামগ্ৰীৰ অভাৱত ভোগা দেশখনে কোভিডৰে মোকাবিলা কৰিবলৈ যোৱা মাহত ই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।

আৰু তেনে এক সংকটৰ সময়তে অচিনাক্ত ৰোগে আতংকৰ সৃষ্টি কৰাত উত্তৰ কোৰিয়াত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷ ইফালে চীনসহ কেইখনমান ৰাষ্ট্ৰই উত্তৰ কোৰিয়াক কোভিড১৯ ভেকচিন আগবঢ়াইছিল যদিও দেশখনৰ শাসক কিম জং উনে সেয়া গ্ৰহণ কৰা নাছিল৷ যাৰ ফলত দেশখনত এজনো লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই৷

লগতে পঢ়ক তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

উত্তৰ কোৰিয়াত বৃহস্পতিবাৰে আৰু ২৬,০১০ জন লোকৰ জ্বৰৰ লক্ষণ দেখা দিয়াৰ লগতে সমগ্ৰ দেশতে এপ্ৰিলৰ শেষৰ ফালৰ পৰা মুঠ জ্বৰত আক্ৰান্তৰ সংখ্যা ৪৫ লাখ ৬০ হাজাৰৰ ওচৰ চাপিছে। কৰ’নাৰ সংক্ৰমণৰ সৈতে জড়িত লোকৰ সংখ্যা হৈছে ৭৩ জন।

ইফালে পিয়ংইয়াঙে দৈনিক ঘোষণা কৰি আহিছে ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে৷ আনহাতে জ্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু টেষ্টিং কিটৰ অভাৱৰ বাবেই দেশখনত কোভিড আক্ৰান্ত সংখ্যা হ্ৰাস পোৱা বুলি সন্দেহ কৰা হৈছে। চৰকাৰী নিয়ন্ত্ৰিত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা পৰিসংখ্যাসমূহকো সন্দেহ কৰিছে বিশেষজ্ঞসকলে।

উত্তৰে কোৰিয়াই ক’ভিডৰ ঢৌ হ্ৰাস হোৱা বুলি বুলি উল্লেখ কৰিছে যদিও চলিত মাহৰ আৰম্ভণিতে পিয়ংইয়াঙৰ দাবীক লৈ সন্দেহৰ সৃষ্টি কৰি বিশ্ব স্বাস্থ্য সংস্থাই উত্তৰ কোৰিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ আহিছে বুলি মত প্ৰকাশ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim jong-unnorth korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!
বিনোদন

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
Next Post
২৪ বছৰীয়া স্বামীৰ সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা ৬১ বছৰীয়া পত্নীৰ! হ’ব নে সম্ভৱ?

২৪ বছৰীয়া স্বামীৰ সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা ৬১ বছৰীয়া পত্নীৰ! হ’ব নে সম্ভৱ?

ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

ATMত ৫০০ উলিওৱাবলৈ গৈ পালে ২৫০০ টকা, তাৰপিছত ধন উলিওৱাৰ লাগিল প্ৰতিযোগিতা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.