• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

editor by editor
June 24, 2022
in অসম, ভাৰত
0
Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে দেশৰ নাগৰিকে নিজৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি চৰকাৰক কৰ দিব লগা হয়। যদি আয় কৰযোগ্য হয়, তেন্তে আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। একে সময়তে ৬০ বছৰৰ তলৰ লোকৰ বাৰ্ষিক আয় ২.৫ লাখতকৈ অধিক হ’লে আইটিআৰ দাখিল কৰাটো অতি গুৰুত্বপূৰ্ণ।

আনহাতে আয়কৰ দাখিল কৰাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগিব। যদি এইবোৰ কথা আওকাণ কৰা হয়, তেন্তে বহু লোকচানৰ সন্মুখীন হ’বললগীয়া হ’বও পাৰে।

চলিত ২০২১-২২ বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিলৰ শেষ তাৰিখ ৩১ জুলাই, ২০২২। এই তাৰিখ ব্যক্তিগত আয়কৰদাতাৰ বাবে প্ৰযোজ্য। একে সময়তে কৰ দাখিল কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটোও প্ৰয়োজনীয়। যদি কিছুমান গুৰুত্বপূৰ্ণ কথাত গুৰুত্ব দিয়া নহয়, তেন্তে জৰিমনাও পৰিশোধ কৰিবলগীয়া হ’ব পাৰে।

লগতে পঢ়ক এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

যদি আপুনি ব্যক্তিগত আয়কৰদাতাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে তেন্তে এই বছৰৰ ৩১ জুলাই ২০২২ৰ ভিতৰত আপোনাৰ আয়কৰ আদায় দিয়ক। যদি এই তাৰিখৰ পিছত আয়কৰ আদায় দিয়া হয়, তেন্তে জৰিমনা ভৰিব লাগিব।

উল্লেখ্য যে আয়কৰ বিভাগে প্ৰ-পত্ৰ 26AS প্ৰদান কৰে। এই প্ৰ-পত্ৰৰ সহায়ত ব্যক্তিজনৰ আয়, বয়স, টি ডি এছ, প্ৰদান কৰা অগ্ৰিম কৰ, আদায় দিয়া আত্ম-মূল্যায়ন কৰ আদিৰ বিষয়ে তথ্য দিয়া হয়। ইয়াৰ সহায়ত দৰমহা পোৱা লোকসকলে ফৰ্ম ১৬ৰ জৰিয়তে উপাৰ্জনৰ অংশ মিলাব পৰিব। প্ৰ-পত্ৰ 26ASৰ পৰা পোৱা সকলো তথ্য একত্ৰিত কৰাৰ পিছত ভুল হোৱাৰ সম্ভাৱনা কমি যায়।

আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বিনিয়োগকাৰীক কিছু ৰেহাইও দিয়া হয়। যদি আয়কৰদাতাই কোনো ৰেহাই দাবী কৰে, তেন্তে ইয়াৰ সৈতে জড়িত নথি-পত্ৰসমূহ জমা দিব লাগিব৷ এই নথি-পত্ৰসমূহ জমা দিব নোৱাৰিলে আইটিআৰ দাখিল কৰাৰ সময়ত আপুনি সেই ৰেহাইৰ পৰা বঞ্চিত হ’ব।

লগতে পঢ়ক ৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

আইটিআৰত আপোনাৰ বেংকিং লেনদেনৰ সবিশেষ উল্লেখ কৰিব লাগিব। এনে অৱস্থাত যদি আপুনি ১০ লাখতকৈ অধিক এফডি কৰিছে তেন্তে ইয়াৰ তথ্যও আইটিআৰত দিব লাগিব। লগতে বেংকৰ সৈতে জড়িত তথ্যসমূহ অসম্পূৰ্ণকৈ নিদিব। এনে অৱস্থাত বেংক একাউণ্টত ৰিফাণ্ড পোৱাত সমস্যা হ’ব পাৰে।

আইটিআৰ দাখিল কৰাৰ সময়ত আপোনাৰ সম্পত্তি সম্পৰ্কীয় তথ্য লুকুৱাব নালাগে। যদি সম্পত্তিটো কৰযোগ্য হয়, তেন্তে ইয়াৰ তথ্য আইটিআৰত দিব লাগে, নহ’লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 26ASasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamincome tax departmentIncome Tax Return
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.