• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

4 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 minute ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

26 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

2 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

3 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

3 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

4 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

6 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

7 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

editor by editor
July 8, 2022
in বিশ্ব, ৰাজনীতি
0
আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ
0
SHARES
580
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ মৃত্যু হৈছে। আজি পুৱা নাৰা চহৰত এক সমাৱেশৰ সময়ত আক্ৰমণকাৰীয়ে দুটাকৈ গুলী চলাই তেওঁক আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে সংকটজনক অৱস্থাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

চিকিৎসকে তেওঁক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁক ৰক্ষা কৰিব পৰা নহ’ল। জাপানৰ এন এইচ কে ৱৰ্ল্ড ৰেডিঅ’ই জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ মৃত্যু নিশ্চিত কৰিছে।

চিকিৎসকে কয় যে গুলীবিদ্ধ হোৱাৰ পিছতে তেওঁৰ হৃদপিণ্ডই কাম কৰা বন্ধ হৈ গৈছিল আৰু তেওঁৰ উশাহ-নিশাহত অসুবিধা হৈছিল। তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ তড়িৎ গতিত অৱনতি ঘটিছিল।

লগতে পঢ়ক শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

৬৭ বছৰীয়া শ্বিনজো আবে আছিল জাপানৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী। ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ককাদেউতাক জাপানৰ প্ৰধানমন্ত্ৰী আৰু পিতৃ বৈদেশিক মন্ত্ৰী আছিল।

শ্বিনজো আবেক আক্ৰমণ কৰা লোকজনক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৪১ বছৰীয়া অভিযুক্তজন টেটছুয়া য়ামাগামি বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে য়ামাগামিক সোধা-পোছা কৰি আছে।

ইফালে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিয়া কিছিদাইও ঘোষণা কৰিছে যে এই আক্ৰমণৰ ঘটনা সহ্য কৰা নহ’ব।

লগতে পঢ়ক কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

উল্লেখ্য যে শ্বিনজো আবেৰ পৰিয়ালৰ এক চহকী ৰাজনৈতিক ইতিহাস আছে৷ দশক দশক ধৰি তেওঁৰ পৰিয়াল জাপানৰ ক্ষমতাত আছে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈকে তেওঁৰ ককাদেউতাক কিছি নোবুছুকে দুবাৰকৈ জাপানৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ উপৰিও তেওঁৰ পিতৃ শ্বিন্টাৰো আবে জাপানৰ বৈদেশিক মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৩ চনত পিতৃৰ মৃত্যুৰ পিছত জাপানৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় শ্বিনজো আবে। জাপানৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই শ্বিনজো আবেৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আছিল। তাৰ পূৰ্বেই উপ-মুখ্য কেবিনেট সচিব হিচাপে তেওঁ তদানীন্তন প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ কোৰিয়া ভ্ৰমণলৈও গৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJapan Ex PM shinzo abeshinzo abe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
বিপদত ৰাহুল গান্ধী!
ৰাজনীতি

বিপদত ৰাহুল গান্ধী!

September 8, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
Next Post
বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.