• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন অদ্ভুত গাঁও, অধিকাংশ সন্তানেই যমজ! বিজ্ঞানীও আচৰিত, ক’ত এই গাঁও?

এখন অদ্ভুত গাঁও, অধিকাংশ সন্তানেই যমজ! বিজ্ঞানীও আচৰিত, ক’ত এই গাঁও?

4 years ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

7 minutes ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

1 hour ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

2 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

2 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

3 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

5 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

6 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

7 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

8 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এখন অদ্ভুত গাঁও, অধিকাংশ সন্তানেই যমজ! বিজ্ঞানীও আচৰিত, ক’ত এই গাঁও?

editor by editor
July 9, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এখন অদ্ভুত গাঁও, অধিকাংশ সন্তানেই যমজ! বিজ্ঞানীও আচৰিত, ক’ত এই গাঁও?
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টুইন ভিলেজ অৱ ইণ্ডিয়া নামৰ চিনেমাখন চাইছে নে? য’ত দুই ভাই-ভনী হুবহু একে। কিন্তু বাস্তৱ পৃথিৱীত কিমান মানুহ যমজ হিচাপে জন্ম লাভ কৰে সেয়া জানেনে? পৃথিৱীৰ জনসংখ্যাৰ মাজৰ মাত্ৰ ১.৯% (প্ৰায়) হে যমজ সন্তান।

কিন্তু আমাৰ দেশত এখন অদ্ভুত গাঁও আছে। যিখন গাঁৱৰ মুঠ জনসংখ্যা ২০০০ গৰাকীৰ ভিতৰত ৪০০ যোৰ যমজ সন্তান আছে। বিজ্ঞানীসকলেও এই গাওঁখনৰ বিষয়ে জানি আচৰিত হৈছে। এই গাঁওখন টুইন ভিলেজ আৰু গডছ অন কান্ট্ৰী নামেৰে বিখ্যাত হৈ পৰিছে।

এই বিশেষ গাঁওখন কেৰেলাৰ মালাপ্পুৰম জিলাত অৱস্থিত৷ গাঁওখনৰ নাম হৈছে কোডিনহি। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ এই গাঁৱৰ যমজ সন্তানক চাবলৈকে যায়।

লগতে পঢ়ক ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট, এইখন কাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি?

গাঁওখনৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হয়। গাঁৱখনৰ বেছিভাগ পৰিয়ালতে যমজ সন্তানৰ জন্ম হৈছে। কিন্তু গাঁৱত ইমানবোৰ যমজ সন্তান কিয় জন্ম হয়? এই বিষয়ে জানিবলৈ বহু বিজ্ঞানী ইয়ালৈ আহিছে। কিন্তু আজিলৈকে ই যেন এক ৰহস্য হৈয়েই আছে।

ইণ্ডিয়া টু ডেৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ স্থানীয় ৰাইজে বিশ্বাস কৰে যে এই গাঁওখনৰ ওপৰত ভগৱানৰ এক বিশেষ কৃপা আছে। সেই বাবেই গাঁওখনৰ প্ৰায়বোৰ ল’ৰা-ছোৱালীয়েই যমজ সন্তান। প্ৰতিবেদন অনুসৰি যোৱা ৫০ বছৰত এই গাঁৱত ৩০০ ৰো অধিক যমজ সন্তানৰ জন্ম হৈছে।

২০০৮ চনত গাঁওখনত ২৮০ টা যমজ সন্তানৰ আনুষ্ঠানিক হিচাপ প্ৰকাশ পাইছিল। কিন্তু তেতিয়াৰ পৰা এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিশ্বৰ ১০০০ শিশুৰ ভিতৰত মাত্ৰ ৯ টা যমজ সন্তান আছে। কিন্তু এই গাঁৱৰ ১০০০ শিশুৰ ভিতৰত ৪৫ টাই যমজ সন্তান।

লগতে পঢ়ক Real Life Tarzan! ৪১ বছৰ কটালে অতব্য অৰণ্যত, নাৰী আৰু যৌনতা কি সেয়াও নাজানে!

বহুতে কয় যে এই গাঁৱৰ বতাহ আৰু পানীত কিবা এটা আছে, যাৰ বাবে ইয়াত অধিক মানুহৰ ঘৰত যমজ সন্তান জন্ম হয়। কিন্তু ইয়াৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাযায়।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজ্ঞানীসকলে এই গাঁৱত গৱেষণা কৰিছে। ২০১৬ চনত ভাৰত, লণ্ডন আৰু জাৰ্মানীৰ গৱেষকৰ এটা দল এই গাঁৱত তদন্ত কৰিবলৈ আহিছিল। গাঁৱৰ মানুহখিনিৰ ডিএনএ টেষ্ট কৰা হৈছিল। কিন্তু বহু কষ্ট আৰু গৱেষণাৰ অন্ততো বিজ্ঞানীসকলে ইয়াৰ ৰহস্য উন্মোচন কৰিব পৰা নাই।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamstrange villagetwin child
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
Next Post
দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?

দেশত নিষিদ্ধ কৰা হ’ব পেট্ৰল! কেনেকৈ চলিব গাড়ী-মটৰ?

বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

বিয়াৰ পূৰ্বে গৰ্ভৱতী হৈছিল আলিয়া! খোলোচা কৰিলে কৰণ জহৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.