• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

4 years ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

14 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?

editor by editor
July 9, 2022
in বিবিধ, ভাৰত
0
চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা বৃহৎ ঘোষণা! কি কি খবৰ লাভ কৰিব কৰ্মচাৰীসকলে?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে চলিত মাহত তিনিটা ডাঙৰ ঘোষণা কৰিব পাৰে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই মাহত তিনিটা বৃহৎ খবৰ লাভ কৰিব পাৰে৷

ইয়াৰে এটা হৈছে ডিয়াৰনেছ এলাৱেন্স (ডিএ) বৃদ্ধি, দ্বিতীয়টো ১৮ মাহৰ ডি এৰ বকেয়া ধন মুকলি আৰু তৃতীয়টো প্ৰভিডেণ্ট ফাণ্ড(পিএফ)ৰ বৰ্ধিত সুত।

জুলাই মাহত ডিএ বৃদ্ধি ঘোষণা 

যদিহে শেহতীয়া সংবাদ মাধ্যমৰ বাতৰিসমূহ বিশ্বাস কৰা হয় তেন্তে জুলাই মাহত ডিয়াৰনেছ এলাৱেন্স বৃদ্ধি হ’ব পাৰে। ইয়াৰ বৃদ্ধি ৬ শতাংশলৈ হ’ব বুলিও একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ অৰ্থাৎ ডিএ বৃদ্ধি হৈ ৪০ শতাংশ পৰ্যন্ত হ’ব পাৰে বুলি কোৱা হৈছে। কিন্তু, একাংশৰ মতে ৪ৰপৰা ৫ শতাংশ হে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে পৰিমাণটো যিমানেই নহওক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে ৩১ জুলাইত ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।

লগতে পঢ়ক জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?

১৮ মাহৰ ডি এৰ বকেয়া ধন মুকলি 

১৮ মাহৰ ডিয়াৰনেছ ভাট্টা (ডি এ) বকেয়া ধনো চলিত মাহতে মুকলি কৰাৰ কথা চৰকাৰে ঘোষণা কৰিব পাৰে৷ প্ৰতিবেদন অনুসৰি ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ১৮ মাহৰ ডি এ বকেয়া প্ৰদান কৰা সম্পৰ্কীয় বিষয়টো হয়তো অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ১৮ মাহৰ ডিএ চৰকাৰে বন্ধ কৰি ৰাখিছিল৷

প্ৰভিডেণ্ট ফাণ্ড সুত 

কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টী, ইপিএফে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সদস্যসকলৰ একাউণ্টত ইপিএফৰ সঞ্চয়ৰ ওপৰত ৮.১০% বাৰ্ষিক সুতৰ হাৰ জমা কৰাৰ পৰামৰ্শ দিছিল। সুতৰ হাৰ চৰকাৰী গেজেটত আনুষ্ঠানিকভাৱে অধিসূচনা কৰা হৈছিল যাৰ পিছত ইপিএফঅ’ই অতি সোনকালে সুতৰ হাৰ নিজৰ গ্ৰাহকৰ একাউণ্টত জমা কৰিবলৈ আৰম্ভ কৰিব। এই ঘোষণাও চৰকাৰে চলিত মাহতে কৰিব বুলি প্ৰতিবেদনসমূহত কোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt employees
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ

ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ

১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক

১৩ জুলাইত গুৱাহাটীলৈ যশৱন্ত সিনহা। গুৱাহাটীত বিৰোধী নেতৃত্বৰে বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.