• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

editor by editor
July 15, 2022
in বিবিধ, বিশ্ব
0
সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কৰ ৭৬ বছৰীয়া পিতৃ এৰ’ল মাস্কে এক আচৰিত কথা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত এল’ন মাস্কৰ পিতৃ এৰ’ল মাস্কে প্ৰকাশ কৰিছে যে তেওঁৰ ৩৫ বছৰীয়া সতীয়া কন্যাৰ জানা বেজুইডেনহাউটৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে৷

ইমানেই নহয় তেওঁলোকৰ দুটা গোপন সন্তানো আছে। আজিৰ পৰা তিনি বছৰ পূৰ্বে এৰ’ল মাস্কৰ সতীয়া কন্যা জানাই তেওঁৰ দ্বিতীয়টো সন্তান জন্ম দিয়া বুলিও প্ৰকাশ কৰিছে এৰ’ল মাস্কে৷ অৱশ্যে এৰ’ল আৰু জানাই তেওঁলোকৰ দুয়োটা সন্তানৰে পিতৃ পৰিচয় ইমান দিনে গোপন কৰি ৰাখিছিল৷

নিউয়ৰ্ক পোষ্টৰ মতে, এৰ’ল মাস্কে ব্ৰিটিছ টেবলয়ড ড্য ছানক দিয়া এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছে যে পুত্ৰ এল’নৰ সতীয়া ভগ্নী জানাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু ২০১৯ চনত জানাই তেওঁলোকৰ দ্বিতীয় কন্যা সন্তান জন্ম দিছিল।

লগতে পঢ়ক আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

দক্ষিণ আফ্ৰিকাৰ ৭৬ বছৰীয়া অভিযন্তা এল’ন মাস্কৰ পিতৃ এৰ’ল মাস্কে আত্মপক্ষৰ সমৰ্থনত তাৎপৰ্যপূৰ্ণভাৱে কয় যে পৃথিৱীত মাত্ৰ এটা বস্তু আছে যাৰ বাবে আমি বংশবৃদ্ধি কৰো।

ইফালে তেওঁ প্ৰকাশ কৰা মতে ২০১৭ চনত এৰ’ল মাস্ক আৰু জানাৰ প্ৰথম সন্তানৰ জন্ম হৈছিল। যাৰ নাম ইলিয়ট ৰাছ ৰখা হৈছিল।

উল্লেখ্য যে জানা বেজুইডেনহাউট এৰ’লৰ দ্বিতীয় পত্নী হাইড বেজুইডেনহাউটৰ কন্যা৷ ১৯৭৯ চনত এলনৰ মাতৃ মেয়ে হাল্ডমেন এৰ’ল মাস্কৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছতে তেওঁ হাইডৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

লগতে পঢ়ক আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

জানাৰ মাতৃৰ সৈতে এৰ’ল মাস্কে বিবাহ কৰোৱাৰ সময়ত জানাৰ বয়স আছিল মাত্ৰ ৪ বছৰ৷ আৰু নিজে তুলি তালি ডাঙৰ কৰাৰ পিছত এই জানাৰ সৈতেই সতীয়া পিতৃ এৰ’ল মাস্কে প্ৰেমৰ সম্পৰ্ক গঢ়ি দুই সন্তানৰ পিতৃও হ’ল৷

ইফালে এৰ’ল মাস্ক হাইডৰ দুটাকৈ সন্তান আছে৷ নিউয়ৰ্ক পোষ্টৰ মতে ১৮ বছৰৰ পিছত অৱশেষত এৰ’ল আৰু হাইডৰো বিবাহ বিচ্ছেদ হয়।

এৰ’লে সাক্ষাৎকাৰটোত লগতে কয়, শুনিবলৈ আচৰিত যেন লাগিবা পাৰে এতিয়া তাইৰ বয়স ৩৫ আৰু মোৰ বয়স ৭৬। মই এতিয়াও বিচাৰিলে জানা মোৰ ওচৰলৈ উভতি আহিব।

লগতে পঢ়ক হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

আনহাতে সতীয়া কন্যাৰ দুই সন্তানৰ বিষয়ে এৰ’লে কয়, ‘‘মই তেওঁৰ ডি এন এ পৰীক্ষা কৰা নাই। কিন্তু তাইক মোৰ আন ছোৱালীবোৰৰ দৰেই দেখা যায়। তাই দেখাত ৰোজ আৰু টস্কাৰ দৰে। তাইক হুবহু ৰুশীৰ দৰেই দেখা যায় আৰু তাইৰ আচৰণো তাৰ দৰেই। গতিকে ই যথেষ্ট স্পষ্ট৷’’

তেওঁ সতীয়া কন্যাৰ জানাৰ দুই সন্তানৰ পিতৃ বুলি জনাৰ পিছতে তেওঁৰ পৰিয়ালে আচৰিত হোৱাৰ লগতে তেওঁৰ সৈতে মতানৈক্য হোৱা বুলিও এৰ’লে প্ৰকাশ কৰিছে৷

এই সম্পৰ্কত সোধা প্ৰশ্নোত্তৰত এৰ’লে কয় ২০১৭ চনত যেতিয়া জানাই এৰ’লৰ প্ৰথম সন্তান গৰ্ভধাৰণৰ খবৰে এল’ন মাস্কক স্তম্ভিত কৰি তুলিছিল আৰু এল’ন আৰু তেওঁৰ দেউতাকৰ মাজত এক তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছিল। এল’ন মাস্কে এতিয়াও ইয়াৰ বাবেই দেউতাকক ভাল নাপায় বুলিও প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamElon MaskErrol MaskJana Bezuidenhout
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.