• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

4 years ago
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

10 minutes ago
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

1 hour ago
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

1 hour ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

3 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

5 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

5 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

6 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

6 hours ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

6 hours ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

8 hours ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

9 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

editor by editor
July 24, 2022
in ভাৰত
0
বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
0
SHARES
31.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এলাহাবাদ উচ্চ ন্যায়ালয়ে এগৰাকী বিবাহিতা মহিলাই প্ৰেমিকৰ সৈতে লাইভ-ইন বাস কৰা সন্দৰ্ভত কৰা ৰায়দানে দেশজুৰি চৰ্চা লাভ কৰিছে।

যোৱা শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই  সম্পৰ্কীয় এক আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰেমিকৰ সৈতে লিভ-ইনত বাস কৰা বিবাহিতমহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক পাঁচ হাজাৰ জৰিমনা বিহি কয় যে ন্যয়ালয়ে এগৰাকী বিবাহিত মহিলা আৰু তেওঁৰ প্ৰেমিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে৷

এলাহাবাদ উচ্চ ন্যায়ালয়ে লগতে এইটো কয় যে এনে সম্পৰ্কৰ ক্ষেত্ৰত বিবাহিত মহিলাগৰাকীকো সুৰক্ষা প্ৰদান কৰিব নোৱাৰি৷ কিয়নো দেশ সংবিধানৰ মতে চলে আৰু সংবিধানে এই অনুমতি প্ৰদান কৰা নাই৷

লগতে পঢ়ক  ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

উল্লেখ্য যে এগৰাকী বিবাহিত মহিলাই তেওঁ প্ৰেমিকৰ সৈতে লাইভ-ইন বাস কৰি আহিছে আৰু ইয়াৰ বাবে তেওঁলোকে সুৰক্ষা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ত বিবাহিত মহিলাগৰাকীয়ে ব্যক্তি স্বাধীনতাৰ আওতাত তেওঁলোকৰ সম্পৰ্কটো ন্যায়িকভাৱে সুৰক্ষা প্ৰদান কৰিব লাগে বুলি আবেদন কৰিছিল৷

কিন্তু ন্যায়ালয়ে লিভি-ইনত বাস কৰা বিবাহিত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক ৫ হাজাৰ জৰিমনা বিহি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা নহয় বুলিহে মন্তব্য কৰে, কাৰণ দেশখন সংবিধানৰ দ্বাৰাহে চলে৷

ন্যায়ালয়ে কয় যে দেশত লাইভ-ইনত বাস কৰা অনুমতি আছে, কিন্তু আবেদনকাৰীসকলক স্বামী-স্ত্ৰী বুলি ক’ব নোৱাৰি৷ বৈচিত্ৰময় সামাজিক নৈতিকতাৰ বিপৰীতে তেওঁলোকে লাইভ-ইন সম্পৰ্কত বাস কৰি আছে। অৱশ্যে আদালতে সমলিংগ লোকৰ লগত থকাত কোনো বাধা নাই। ইফালে ভাৰতীয় সমাজে লাইভ-ইন মানি নলয়। সেয়েহে আদালতে অবৈধতাৰ অনুমতি দিব নোৱাৰে।

লগতে পঢ়ক আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

আবেদনকাৰীয়ে দাবী কৰে যে তেওঁৰ স্বামীৰ অত্যাচাৰৰ বাবে স্বামী ঘৰৰ পৰা ওলাই আহিছে আৰু তাৰ পিছত দুয়োৰে সন্তান লাইভ-ইন পাৰ্টনাৰৰ সৈতে একেলগে আছে।

স্বামীয়ে হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি বিবাহিত মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে থাকিবলৈ লৈছে। কিন্তু আবেদনকাৰীয়ে এই সন্দৰ্ভত আৰক্ষীত এজাহাৰ দাখিল কৰা নাছিল। নিয়ম অনুসৰি আৰক্ষীৰ ওচৰত অভিযোগ দিব পাৰিব বুলি আদালতে জনাইছে।

ন্যায়ালয়ে স্পষ্টভাৱে কয় যে ভাৰতীয় সংবিধানে লাইভ-ইন সম্পৰ্কৰ অনুমতি দিব পাৰে৷ কিন্তু এই ৰিট আবেদন উল্লেখ থকা সম্পৰ্কতো অবৈধ সম্পৰ্কৰ বাহিৰে আন একো নহয়, গতিকে এনে অবৈধ সম্পৰ্কক ন্যায়ালয়ে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allahabad High Courtasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLive In relationshipLive in Together
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?
বিশ্ব

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

June 22, 2026
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?
ভাৰত

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

June 22, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
Next Post
কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.