• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

4 years ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

1 hour ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

2 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

3 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

4 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

4 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

5 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

5 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

6 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

7 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

9 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

editor by editor
July 25, 2022
in বিবিধ, ভাৰত
0
প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?
0
SHARES
610
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ কিছুমান প্ৰেমিকে কি কি যে নকৰে! তেনে এক অদ্ভুত কাণ্ড কৰি প্ৰেমিকৰ লটি ঘটি হোৱাৰ এক খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এইবাৰ প্ৰেমিকাক ভালৰি লগাবলৈ গৈ একেবাৰে কাৰাগাৰ পালেগৈ এজন প্ৰেমিক৷

ঘটনাৰ বিৱৰণীৰ মতে, নতুন দিল্লীৰ বায়ুসেনা ষ্টেচনত বায়ুসেনাৰ ইউনিফৰ্ম পৰিহিত এজন যুৱকে সোমাবলৈ চেষ্টা কৰাত বিশৃংখলতাৰ সৃষ্টি হৈছিল। কিন্তু মূল গেটত থকা নিৰাপত্তাৰক্ষীয়ে যুৱকজনৰ আচৰণ দেখি  সন্দেহত হোৱা আইডি কাৰ্ড বিচাৰে৷

আই কাৰ্ড বিচাৰিয়েই স্তম্ভিত হৈ পৰে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে। আই কাৰ্ড বিচাৰোতে যুৱকজন এজন ভুৱা বায়ুসেনা বিষয়া বুলি সন্দেহ হয়৷ উক্ত সন্দহতে বায়ুসেনাৰ বিষয়াসকলে যুৱকজনে কঠোৰ জেৰা আৰম্ভ কৰে৷

লগতে পঢ়ক কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

জেৰা আৰম্ভ কৰাৰ পিছতে গম পোৱা যায় যে বায়ু সেনাৰ ইউনিফৰ্ম পিন্ধি যোৱা যুৱকজন এজন ভুৱা বায়ুসেনাৰ বিষয়া৷ আশ্বৰ্যজনক কথাটো হ’লে যে প্ৰেমিকাৰ চখ পূৰাবলৈকে যুৱকজনে এই কাণ্ড সংঘটিত কৰে৷ অৰ্থাৎ প্ৰেমিকাৰ আব্দাৰত যুৱকজনে বায়ুসেনাৰ ষ্টেচনত ইউনিফৰ্ম পিন্ধি থকা এখন ফ’টো আৰু চেল্ফি তুলিবলৈ গৈছিল৷ কিন্তু ফ’টো তোলাৰ পূৰ্বেই যুৱকজনে বায়ুসেনাৰ ষ্টেচনৰ মূল গেটত ধৰা পৰি কৰায়ত্ত হয়৷

ইয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে তুগলাক ৰোড আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়৷ আৰক্ষীৰ মতে, ২২ জুলাইত বায়ুসেনা থানাত প্ৰৱেশ কৰি চেলফি তুলিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ নাম গৌৰৱ কুমাৰ। যুৱকজন উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ বাসিন্দা।

লগতে পঢ়ক বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ

আৰক্ষীয়ে ভাৰতীয় দণ্ডিবিধ আইন ১৪০, ১৭০, ১৭১, ৪৪৯ আৰু ৪৪৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত তীব্ৰতৰ কৰিছে। জেৰাত যুৱকজনে কয় যে প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ এই কাণ্ড সংঘটিত কৰে। জেৰাত তেওঁ কয় যে প্ৰেমিকাই তেওঁক এগৰাকী বায়ুসেনাৰ বিষয়া হ’বলৈ কৈছিল আৰু তেওঁ ইউনিফৰ্ম পৰিধান কৰি এয়াৰফৰ্চ ষ্টেচনলৈ চেলফি পঠিয়াবলৈ দাবী কৰিছিল।

প্ৰেমিকাৰ এই দাবী পূৰণ কৰিবলৈকে যুৱকজনে বায়ুসেনাৰ ইউনিফৰ্মটো যোগাৰ কৰি পিন্ধি চেলফি তুলিবলৈ বায়ুসেনা ষ্টেচনত উপস্থিত হয়। প্ৰেমিকাৰ দাবী পূৰণ কৰিবলৈ যুৱকজনে এতিয়া কাৰাগাৰত আৱদ্ধ হৈ আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air Forceasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi Air Force StationFake Air Force Officer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
Next Post
পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.