• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

4 years ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

21 minutes ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

1 hour ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

1 hour ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

2 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

3 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

4 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

5 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

7 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

7 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

editor by editor
July 25, 2022
in বিবিধ, বিশ্ব
0
HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪: বিতৰ্ক আৰু এলন মাস্ক মানেই যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ নিজৰ কৰ্ম-কাণ্ডৰ বাবে প্ৰায় শিৰোনামত থাকে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজন৷ এইবাৰ আন এটা বিতৰ্কত সোমাই টেছলাৰ মালিক এলন মাস্ক৷

অভিযোগ অনুসৰি গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নী নিকোল শ্বানাহানৰ সৈতে মাস্কৰ অবৈধ প্ৰেমৰ সম্পৰ্ক৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসিৰ ২০২১ৰ পৰাই নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে মাস্কে৷ যাৰ বাবে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে৷

প্ৰতিবেদন লগতে কোৱা হৈছে যে ব্ৰিন আৰু মাস্ক দীৰ্ঘদিন ধৰি ভাল বন্ধু আছিল। মাস্কে প্ৰায়ে ছিলিকন ভেলীৰ ব্ৰিনৰ ঘৰলৈ গৈছিল। ব্ৰিন আৰু তেওঁৰ পত্নী নিকোলৰ মাজত বিচ্ছেদ ঘটিছিল যদিও সেই সময়ত তেওঁ আৰু মাস্কৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল, তেওঁলোকে একেলগে থাকিবলৈ লৈছিল।

লগতে পঢ়ক প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

এই কাণ্ডৰ কিছুদিন পিছতে ব্ৰিনে পাৰস্পৰিক মতানৈক্যৰ কথা উল্লেখ কৰি জানুৱাৰী মাহত আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনায়। মাস্কৰ সৈতে থকা বন্ধুত্বৰ বাবে ২০০৮ চনত গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে আমেৰিকাৰ চাবপ্ৰাইম বন্ধকী সংকটৰ ফলত সৃষ্টি হোৱা বিশ্ব মন্দাৱস্থাৰ সময়ত টেছলাক জীয়াই ৰাখিবলৈ মাস্কক ৫ লাখ ডলাৰ দি সহায় কৰিছিল৷

কিন্তু বন্ধু হৈ বন্ধুৰ পিঠিত ছুৰী মৰাত ব্ৰিনে মাস্কৰ সৈতে থকা বন্ধুত্ব চ্ছেদ কৰে৷ লগতে মাস্কৰ কোম্পানীত থকা সকলো শ্বেয়াৰ উঠাই ল’বলৈ কৰ্মচাৰীক নিৰ্দেশ দিয়ে গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে৷

ইপিনে এলন মাস্ককে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰে৷ এই নতুন বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই ইলন মাস্কে কয়— ‘এই সকলোবোৰ ভিত্তিহীন। ছাৰ্গেই আৰু মই এতিয়াও ভাল বন্ধু আৰু যোৱা নিশা দুয়োজনেই পাৰ্টিত একেলগে আছিলো। চাৰ্গেইৰ পত্নীক যোৱা তিনি বছৰত তেওঁক মাত্ৰ ২ বাৰহে লগ পাইছিলোঁ, দুয়োবাৰেই আমাৰ চাৰিওফালে বহু মানুহ উপস্থিত আছিল। গতিকে প্ৰেমৰ প্ৰশ্নটো উত্থাপন নহয়।’

লগতে পঢ়ক ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

উল্লেখ্য যে মাস্কৰ প্ৰেমিকা কণ্ঠশিল্পী গ্ৰাইমছৰ সৈতে বিচ্ছেদ ঘটাৰ কেইবামাহ পিছত নিকোল শ্বানাহানৰ সৈতে থকা সম্পৰ্কৰ কথা পোহৰলৈ আহিছে৷ গ্ৰাইমছৰ সৈতে মাস্কৰ দুটা সন্তানো আছে৷

কেৱল এয়াই নহয়, কেইসপ্তাহমানৰ আগতে বাতৰি ওলাইছিল যে ২০২১ চনৰ নৱেম্বৰত এলন মাস্কৰ কোম্পানী নিউৰালিংকৰ কৰ্মচাৰী শ্বিভন জিলিছৰ সৈতে মাস্কে গোপনে যমজ সন্তান জন্ম দিছিল।

সেয়া যি কি নহওক গুগুলৰ সহ-প্ৰতিষ্ঠাপকৰ পত্নীৰ সৈতে থকা মাস্কৰ প্ৰেমৰ সম্পৰ্ক থকা কথাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamElon MaskNicole SwanahanSergey BrineTesla
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
Next Post
মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.