• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

4 years ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

16 minutes ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

45 minutes ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

3 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

3 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

4 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

6 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

7 hours ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

editor by editor
July 25, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স মাত্ৰ ৩১ বছৰ৷ নাম তেওঁৰ কেল গ’ডী৷ বাস কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত৷ এই বয়সতে যুৱকজনে ৪৮ টা সন্তানৰ পিতৃ হৈছে৷ তেওঁৰ শেহতীয়া সন্তানটো জন্ম হৈছে ব্ৰিটেইনত৷

এতিয়া প্ৰশ্ন হয়, কেনেকৈ ৩১ বছৰীয়া এই যুৱকজনে ৪৮ টা সন্তানৰ পিতৃ হোৱাৰ কৃতিত্ব লাভ কৰিছে?

আচলতে যুৱকজন হ’ল এজন চিৰিয়েল স্পাৰ্ম ড’নাৰ৷ অৰ্থাৎ নিয়মীয়া বীৰ্য দাতা৷ বীৰ্য দান কৰিয়েই কেল গ’ডীয়ে মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ টা সন্তানৰ পিতৃ হৈছে৷

লগতে পঢ়ক পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

এক প্ৰতিবেদন অনুসৰি, কেল গ’ডীয়ে একাউণ্টেণ্ট হিচাপে কাম কৰে। এতিয়ালৈকে তেওঁ ৪৮ বাৰ শুক্ৰাণু দান কৰিছে৷ গ’ডীয়ে কয় যে মহিলাসকলে বিচাৰিলে তেওঁ ভৱিষ্যতেও শুক্ৰাণু দান কৰিব।

উল্লেখ্য যে গ’ডীয়ে ২০২১ চনৰ অক্টোবৰ মাহত ইউৰোপ ভ্ৰমণলৈ গৈছিল আৰু তেতিয়াই তেওঁ ব্ৰিটেইনৰ এহাল লেচবিয়ান দম্পতীক নিজৰ শুক্ৰাণু দান দিছিল।

তেওঁ কয় যে তেতিয়া এগৰাকী মহিলাই তেওঁৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে যোগাযোগ কৰি ব্ৰিটেইনলৈ আহি শুক্ৰাণু দিবলৈ কৈছিল। ইউৰোপ ভ্ৰমণত থাকোতে মহিলাগৰাকীৰ ঘৰলৈ গৈ সৰু কাপত শুক্ৰাণু প্ৰদান কৰে।

লগতে পঢ়ক প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

আৰু সেই শুক্ৰাণুৰ পৰাই ২৭ জুনত এহাল লেচবিয়ান দম্পতীৰ ঘৰত ২ কেজি ৭০০ গ্ৰাম ওজনৰ এটি শিশুৰ জন্ম হয়। মহিলাগৰাকীয়ে কেঁচুৱাটোৰ ফ’টো কেললৈ প্ৰেৰণ কৰে। কেলে কয় যে ব্ৰিটেইনতো তেওঁৰ এটা সন্তান আছে বুলি ভাবিলে তেওঁ বৰ ভাল লাগে। এদিন যেতিয়া তেওঁৰ সন্তানটোৱে ব্ৰিটিছ উচ্চাৰণত কথা ক’ব পৰা হ’ব তেতিয়া তেওঁ সন্তানটোৰ কথা শুনিবলৈ আগ্ৰহী হ’ব।

কেলে কয় যে তেওঁ ২০১৪ চনৰ পৰা এই কাম আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে তেওঁ কেলিফৰ্ণিয়া (আমেৰিকা যুক্তৰাষ্ট্ৰ)ত বাস কৰা এহাল লেচবিয়ান দম্পতীক তেওঁৰ শুক্ৰাণু দিছিল।

কেল গ’ডীয়ে প্ৰকাশ কৰিছে যে বাৰে বাৰে প্ৰেমত ঠগ প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবেই তেওঁ শুক্ৰাণু দান কৰিবলৈ আৰম্ভ কৰে। কেলে যিসকল মহিলাক তেওঁৰ শুক্ৰাণু দিছে তেওঁলোকৰ বাবে এটা হোৱাটছএপ গ্ৰুপ তৈয়াৰ কৰা হৈছে। এই গ্ৰুপত প্ৰায় ৪০ গৰাকী মহিলা আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLesbian coupleSperm Donner
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

May 15, 2026
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক
শিক্ষা

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
Next Post
ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ উপশম লাভ কৰিব?

গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ উপশম লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.