• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

4 years ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

1 minute ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

45 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

1 hour ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

3 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

4 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

5 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

18 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

18 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

19 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

20 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

editor by editor
July 25, 2022
in অসম, জীৱনশৈলী
0
পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে
0
SHARES
13.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমাজ আৰু পৰিয়ালৰ প্ৰচণ্ড বাধাক নেওচি এতিয়াৰে পৰা একেলগে থাকিব লখিমপুৰৰ দুই সমলৈংগিক যুৱতীয়ে৷

আদালতে দুয়োগৰাকী যুৱতীকে একেলগে থকাৰ অনুমতি প্ৰদান কৰাৰ পিছৰে দুয়োগৰাকীয়ে সংসাৰ কৰাৰ আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে৷

উল্লেখ্য যে লখিমপুৰৰ দুই সমকামী যুৱতী ক্ৰমে দুলুমণি আৰু কাজলে দুয়োৱে দুয়োৰ প্ৰেমত আৱদ্ধ হৈছিল৷ কিন্তু দুয়োগৰাকীয়ে সম্পৰ্কলৈ অহাৰ পিছৰে পৰা পৰিয়ালৰ প্ৰচণ্ড বাধা আৰু সমাজৰ তীব্ৰ তাচ্ছিল্য আৰু ককৰ্থনাৰ সন্মুখীন হৈ আহিছিল৷

লগতে পঢ়ক ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

যুৱতী দুগৰাকীয়ে সংসাৰ আৰম্ভ কৰাৰ সপোন দেখাৰ পিছতে পৰিয়াল আৰু সমাজৰ সমাজৰ তীব্ৰ বিৰোধ, তাচ্ছিল্য আৰু ককৰ্থনাৰ সন্মুখীন হৈ লখিমপুৰ ত্যাগ কৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আশ্ৰয় ল’বলগীয়া হয়৷ তাতো শান্তিৰে থাকিব নোৱাৰিলে সমলৈংগিক যুৱতীদ্বয়ে৷

অৰুণাচল প্ৰদেশতো বিষম পৰিস্থিতিৰ সন্মুখীন যুৱতীদ্বয়ে পুনৰ লখিমপুৰলৈ ঘূৰি আহে৷ ইয়াৰ পিছতে দুয়োটা পৰিয়াল তথা সমাজৰ লোকে অধিক কঠোৰ হৈ দুলুমণিৰ পৰা কাজলক পৃথক কৰি কোনো এক অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখে৷ পৰিয়াল আৰু সমাজে বলপূৰ্বক দুয়োৰে মাজত যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিয়ে৷

লগতে পঢ়ক কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

ইয়াৰ পাছতে প্ৰেয়সী বিচাৰি দুলুমণিয়ে লখিমপুৰৰ সখী একক অৱস্থান কেন্দ্ৰত উপস্থিত হয়৷ মুম্বাইত অধ্যয়নৰত সমাজকৰ্মী প্ৰতিক পাৰমে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহি আৰক্ষীৰ দ্বাৰস্থ হয়।

অৱশেষত লখিমপুৰ আৰক্ষী আৰু সখী একক অৱস্থান কেন্দ্ৰৰ তৎপৰতাত পৰিয়ালৰ কৱলৰ পৰা উদ্ধাৰ কৰি দুলুমণি আৰু কাজলক  লগত একেলগে থকাৰ অনুমতি প্ৰদান কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamlesbian
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Next Post
HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!

মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ সন্তানৰ পিতৃ! এইবাৰ হ’ল লেছবিয়ান দম্পতীৰ সন্তানৰ পিতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.