• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

4 years ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

27 minutes ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

6 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

8 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

editor by editor
July 25, 2022
in ভাৰত, ৰাজনীতি
0
ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন ৰাজ্যৰ এগৰাকী সুন্দৰী মন্ত্ৰীয়ে ভগৱান শিৱৰ সৈতে তেওঁৰ বিভাগৰ বিষয়াসকলক চেল্ফি ল’বলৈ নিৰ্দেশ দি সমগ্ৰ দেশতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷

উত্তৰাখণ্ডৰ মহিলা সৱলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰ্যই শিৱৰাত্ৰীৰ দিনা শিৱলিঙত ‘জল অভিষেক’ পৰিৱেশন কৰাৰ সময়ত বিষয়াসকলে ভগৱান শিৱৰ সৈতে চেল্ফি উঠি তেওঁলৈ ফ’টো প্ৰেৰণৰ কৰাৰ বিতৰ্কিত নিৰ্দেশ দিয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে৷ মন্ত্ৰীগকাৰীয়ে মেইলৰ যোগে তেওঁৰ বিভাগৰ বিষয়াসকলক চেল্ফি ক্লিক কৰিবলৈ নিৰ্দেশ দিছে৷

ইফালে ৰাজ্যত লিংগ বৈষম্য দূৰ কৰাৰ বাবে এক সংকল্প লৈ অহা ২৬ জুলাইত কাঁৱৰীয়াসকলৰ এখন কাঁৱৰ যাত্ৰা উলিয়াব বুলি মন্তব্য কৰিছে ৰেখা আৰ্যই।

লগতে  পঢ়ক বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী ৰেখা আৰ্যই বিভাগটোৰ বিষয়াসকলৈ ইমেইল যোগেদি ভগৱান শিৱৰ সৈতে তোলা নিজৰ চেলফি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকক নিজ নিজ জিলাৰ বিষয়াৰ সৈতে হোৱাটছএপত নিজৰ নিজৰ চেলফি শ্বেয়াৰ কৰিবলৈও কোৱা হৈছে। তেওঁ কয় যে এই পদক্ষেপে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ‘বেতি বচাও আঁচনি’ প্ৰচাৰত সহায় কৰিব।

মন্ত্ৰী ৰেখা আৰ্যই হৰিদ্বাৰৰ পৰা ঋষিকেশলৈ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘গ্ৰেণ্ড কাঁৱৰ যাত্ৰা’ৰ পৰিকল্পনাও কৰিছে, য’ত সকলো বিভাগৰ বিষয়া, আমোলা, অংগনবাড়ী কৰ্মী আৰু অন্যান্য বিভাগৰ স্বেচ্ছাসেৱকসকল চামিল হ’ব লাগিব। ঋষিকেশৰ ১৩০০ বছৰীয়া বীৰভদ্ৰ মন্দিৰত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ভগৱান শিৱক জলাভিষেক প্ৰদৰ্শন কৰি যাত্ৰাৰ এই সামৰণি মাৰিব।

২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাত তেওঁ নিজেই শিৱভক্ত কাঁৱাদিয়া হিচাপে অংশ ল’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় যে “হৰিদ্বাৰত থকা সন্ত আৰু আখাদাৰ মূৰব্বীসকলৰ আশীৰ্বাদ” বিচাৰিব।

লগতে  পঢ়ক যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

এই নিৰ্দেশৰ পিছতে মন্ত্ৰী ৰেখা আৰ্য বিৰোধীৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে। বিৰোধী নেতাসকলে কৈছে যে ধৰ্মৰ সৈতে জড়িত এনে নিৰ্দেশনা জাৰি কৰাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ হাৰ আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতি গুৰুত্ব দিয়া উচিত। একে সময়তে বহু চৰকাৰী বিষয়াইও মন্ত্ৰীৰ এই নিৰ্দেশ তথা পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ইফালে বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছতে ৰেখা আৰ্যই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টীকৰণ দিছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কপালত বন্দুকৰ নলী লগোৱা দিয়া নাই, নিমন্ত্ৰণ দিছে। চেৰিটি প্ৰগ্ৰেমলৈ আহিব বিচাৰে নে নাই সেয়া নিজৰ ওপৰত নিৰ্ভৰশীল। কোনোবাই অনুষ্ঠানটোত থাকিব বিচাৰে নে নাই, সেয়া নিৰ্ভৰ কৰে ইচ্ছাৰ ওপৰত। আমি কাৰোবাক মাতিলে তেওঁৰ ইচ্ছামতে এৰি দিওঁ।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRekha AcharyaUttarakhand GovtUttarakhand Minister
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
Next Post
প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.