• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!

পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!

4 years ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

15 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

1 hour ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

3 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

3 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

4 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

6 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

19 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

20 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!

editor by editor
July 26, 2022
in খাদ্য, ভাৰত
0
পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!
0
SHARES
13.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় কেলেণ্ডাৰ মতে পৱিত্ৰ শাওণ মাহ আৰম্ভ হৈছে৷ হিন্দু ধৰ্মীয় লোকসকলে শাওণ মাহক পৱিত্ৰ মাহ বুলি গণ্য কৰি বিভিন্ন লোকাচাৰ পালন কৰে৷

এইবাৰ পৱিত্ৰ শাওণ মাহ উপলক্ষ্যে আমিষ খাদ্য অৰ্থাৎ মাছ-মাংস আনকি কণী নিষিদ্ধ কৰা হৈছে৷ অৰ্থাৎ পৱিত্ৰ শাওণ মাহৰ কেইটামান নিৰ্দিষ্ট দিনত এই মাছ-মাংসসহ কণী ভক্ষণ কৰাত প্ৰশাসনৰ পৰা বাধা আৰোপ কৰা হৈছে৷

ৰাজোকট পৌৰ নিগমে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰি কৈছে যে পৱিত্ৰ শাওণ মাহ উপলক্ষ্যে কেইটামান নিৰ্দিষ্ট দিনত আমিষ খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷

লগতে পঢ়ক ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

অহা ২৯ৰ জুলাইৰ পৰা কে’বাদিনো ধৰি গুজৰাটৰ বিভিন্ন অংশত মাংস, মাছ আৰু কণীসহ সকলো ধৰণৰ আমিষ খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ পৌৰ নিগমে এক নিৰ্দেশনা যোগে কয় যে ২৯ জুলাইৰ পৰা ১, ১৫, ১৯ আৰু ২৮ আগষ্টত মাছ-মাংস আৰু কণীৰ লগতে আমিষ খাদ্য বিক্ৰীও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷

উল্লেখ্য যে গুজৰাটত ৩০ জুলাইৰ পৰাহে শাওণ মাহ আৰম্ভ হ’ব৷ গুজৰাটৰ বাহিৰে উত্তৰ ভাৰতত ১৫ দিন আগতেই শাওণ মাহ আৰম্ভ হয়।

প্ৰশাসনে নিৰ্দেশনাত কোৱা হৈছে যিয়ে এই নিৰ্দেশনা অমান্য ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ৰাজকোটৰ পাছতে গুজৰাটৰ আন জিলা আৰু পৌৰসভা যেনে আহমেদাবাদ, চুৰাট, বদোদৰা আদিয়েও এনে নিয়ম কাৰ্যকৰী কৰিব বুলিও জানিব পৰা গৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalban non-veg sellingbest news channel in assamBest news channel of assamBest News Portal in AssamSawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.