• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

4 years ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

35 minutes ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

49 minutes ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

1 hour ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

2 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

3 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

5 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

5 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

6 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

6 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

7 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

8 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO

editor by editor
July 28, 2022
in অপৰাধ, শিক্ষা
0
শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO
0
SHARES
318.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শিক্ষাৰ্থীসকলক শিক্ষিত কৰি সঠিক পথ দেখুওৱাটো হৈছে শিক্ষকৰ কৰ্তব্য৷ শিক্ষাগুৰুৰ হাততে থাকে শিক্ষাৰ্থীৰ ভৱিষ্যৎ৷ শিক্ষাগুৰুই উচিত শিক্ষা দিলেহে ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে সমাজৰ এজন ভাল মানুহ হিচাপে ঠিয় দিব পাৰিব৷

লগতে পঢ়ক এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

কিন্তু এইগৰাকী মাষ্টৰণী বাইদেউৱে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই পঢ়ুৱাই যেন ভাগৰি পৰিছে৷ সেয়ে চকীত আৰামেৰে বহি বিদ্যালয়ৰ ভিতৰতে কণ কণ শিক্ষাৰ্থীক দেহ মালিচ কৰিবলৈ দি ভাগৰ পলুৱাইছে বাইদেউৱে৷ বাইদেউৰ কিহৰ চিন্তা৷ মাহেকৰ মূৰত চৰকাৰে দৰমহা দিছে, সেই টকাৰে আনন্দৰে জীৱন কটাইছে৷ কাৰোবাৰ ল’ৰা-ছোৱালী পঢ়ক বা নপঢ়ক, বাইদেউৰ কি আহে যায়৷ কিন্তু দিন বেয়া আছিল৷ কণ কণ শিক্ষাৰ্থীৰ দ্বাৰা মালিচ লোৱা মাষ্টৰণী বাইদেউৰ সেই দৃশ্য কোনোবাই মোবাইলত ৰেকৰ্ড কৰিলে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল বাইদেউৰ ভিডিঅ’৷ মালিচ লোৱা বাইদেউ হ’ল উত্তৰ প্ৰদেশৰ হৰদৈৰ পোখাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উৰ্মিলা সিং৷ চৰকাৰী শিক্ষা ব্যৱস্থাৰ স্বৰূপ উদঙোৱা এই ভিডিঅ’ ভাইৰেলৰ পাছতে দোষী সাব্যস্ত কৰি শিক্ষা বিষয়াই ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিত কৰিছে শিক্ষয়িত্ৰীগৰাকীক৷

ভিডিঅ’ চাবলৈ ইয়াত ক্লিক কৰক

Teacher having bicep Massage by students, Viral video from Hardoi UP govt school. pic.twitter.com/MF8lEQPvEZ

— Grading News (@GradingNews) July 27, 2022

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

কিশোৰক যৌন নিৰ্যাতন কৰি কাৰাৰুদ্ধ ৪৫ বছৰীয়া কোটিপতি মহিলা

ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…

ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.