• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

4 years ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

26 minutes ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

3 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

15 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

16 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

17 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

17 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

18 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

19 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

20 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

editor by editor
July 28, 2022
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বতে মাংকি পক্সৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰেইছাছে পৰামৰ্শ দিছে যে যিসকল পুৰুষৰ মাংকি পক্সৰ সংক্ৰমণৰ আশংকা আছে তেওঁলোকে আপাততঃ যৌন সংগীৰ সংখ্যা সীমিত কৰা উচিত।

উল্লেখ্য যে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্স মহামাৰীক বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৭৮ খন দেশত ১৮ হাজাৰৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশই ইউৰোপৰ৷ বিশেষকৈ পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ ক্ষেত্ৰত ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক কি অদ্ভুত পেচা! চ্যুইংগাম চুবাই মাহে ৬৭ হাজাৰ উপাৰ্জন যুৱতীৰ! কেনেকৈ সম্ভৱ?

বৰ্তমান ভাৰতত ৪ গৰাকী লোক আক্ৰান্ত হৈছে। এই ৪ জনৰ ভিতৰত কেৰালাত ৩ জন আৰু দিল্লীত এজন লোক আক্ৰান্ত হৈছে।

সাধাৰণতে জ্বৰ, মূৰৰ বিষ, তিনি সপ্তাহ ধৰি ফোহা, ডিঙিৰ বিষ, কাহ আৰু ফোহা আদি হৈছে মাংকি পক্সৰ লক্ষণ। ইয়াৰ উপৰিও ইয়াৰ আন আন লক্ষণ হৈছেল ঘাঁ, যিবোৰ সাধাৰণতে জ্বৰ আৰম্ভ হোৱাৰ পিছত এদিনৰ পৰা তিনিদিনৰ ভিতৰত আৰম্ভ হয় আৰু প্ৰায় দুসপ্তাহৰ পৰা চাৰি সপ্তাহলৈকে থাকে৷ চিকিৎসা অব্যাহত নোহোৱালৈকে প্ৰায়ে বিষাক্ত হয়।

‘নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত প্ৰকাশিত এক গৱেষণাৰ মতে, ৯৫ শতাংশ ৰোগী যৌন কাৰ্যকলাপৰ জৰিয়তে মাংকি পক্সৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু আক্ৰান্তসকলৰ ৯৮ শতাংশ সমকামী বা বাইচেক্সুৱেল (পুৰুষ আৰু মহিলা উভয়ৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰা) পুৰুষ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMonkey PoxWHO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি
বিশ্ব

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

June 17, 2026
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
Next Post
অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!

১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.