• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

4 years ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

18 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

editor by editor
August 1, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!
0
SHARES
10.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে শ্ৰীলংকা। পৰিস্থিত এনে এটা পৰ্যায় পাইছেগৈ যে সাধাৰণ মানুহেও পেট পূৰাই খাবলৈ খাদ্য নোপোৱা হৈছে।

কাপোৰৰ কাৰখানাত কৰ্মৰত অধিকাংশ মহিলাই চাকৰি হেৰুৱাইছে। জীৱিকা তথা উপাৰ্জনৰ বাবে তেওঁলোক যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে। এই দাবী কৰিছে যৌনকৰ্মীৰ অধিকাৰৰ বাবে কাম কৰা গোট ষ্টেণ্ড আপ মুভমেণ্ট লংকা (SUML)এ৷

SUMLৰ মতে, এই ভয়াৱহ পৰিস্থিতিৰ ফলত সমগ্ৰ দেশৰ বহু ঠাইত অস্থায়ী বেশ্যালয়ৰ সৃষ্টি হৈছে। শ্ৰীলংকাত মহিলাসকলে জীৱিকা উপাৰ্জনৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হোৱাৰ বাবে যোৱা কেইমাহমানৰ পৰা ৩০ শতাংশ বৃদ্ধি পাইছে দেহ ব্যৱসায়।

লগতে পঢ়ক কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

ইয়াৰে কিছুমান প্ৰতিষ্ঠান স্পা আৰু ৱেলনেছ চেণ্টাৰ হিচাপে কাম কৰে। বহুতে মতে কেৱল এইটোৱেই একমাত্ৰ উপায় যাৰ দ্বাৰা তেওঁলোকৰ পৰিয়ালক দিনটোত তিনিবাৰকৈ আহাৰ যোগান ধৰিব পাৰে।

সংবাদ সংস্থা এ এন আই-এ এগৰাকী ২১ বছৰীয়া যুৱতীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে কিদৰে তেওঁ যৌন কৰ্মী হ’বলৈ বাধ্য হৈছে৷ যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে বস্ত্ৰ উদ্যোগৰ কৰ্মচাৰীৰ পৰা যৌনকৰ্মীলৈ পৰিণত হৈছে। যুৱতীগৰাকীয়ে ৭ মাহ পূৰ্বে চাকৰি হেৰুৱাইছিল। মাহৰ পিছত মাহ ধৰি হতাশাৰ অন্তত তাই বেশ্যাবৃত্তিত সোমাই পৰিল।

ইফালে এগৰাকী ৪২ বছৰীয়া মহিলাও পেটৰ দায়ত কেনেকৈ যৌনকৰ্মী হ’বলৈ বাধ্য হোৱাৰ কাহিনী প্ৰকাশ পাইছে। সাত বছৰীয়া সন্তানৰ মাতৃ, বিবাহ বিচ্ছেদ হোৱাত কন্যাৰ পঢ়া-শুনা আৰু ভাড়াৰ ব্যয় বহন কৰিব পৰাকৈ তেওঁৰ কোনো উপাৰ্জনৰ পথ নাইকিয়া হোৱাৰ পাছতে এই পথ ল’বলৈ বাধ্য হৈছিল। তেওঁ এ এন আইক জনায় যে অৰ্থনৈতিক সংকটৰ বাবে উপাৰ্জন অতি কম হৈ আহিছে আৰু সেই ধনেৰে তেওঁৰ পৰিয়ালৰ ঘৰুৱা প্ৰয়োজনৰ পূৰণ কৰিব নোৱাৰে।

লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

SUMLৰ কাৰ্যবাহী সঞ্চালিকা আশিলা ডাণ্ডেনিয়াই এ এন আইক জনোৱা মতে, অৰ্থনৈতিক সংকটৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত বস্ত্ৰ উদ্যোগত কৰ্মৰত মহিলাসকলে ‘যৌন কৰ্ম’ৰ আশ্ৰয় লৈছে।

তেওঁ কয় যে বৰ্তমানৰ সংকটৰ বাবে আমি দেখিবলৈ পাইছো যে বহু মহিলাই বেশ্যাবৃত্তি গ্ৰহণ কৰিছে। ইয়াৰে অধিকাংশই বস্ত্ৰ উদ্যোগৰ। কোভিডৰ পিছত বস্ত্ৰ উদ্যোগ ক্ষতিগ্ৰস্ত হৈ বহু চাকৰি হেৰুৱাৰ পিছত বৰ্তমান পৰিস্থিতিয়ে তেওঁলোকক যৌনকৰ্মী হ’বলৈ বাধ্য কৰাইছে। জীৱিকাৰ বাবে এই কাম কৰি আছে।

ষ্টেণ্ড-আপ মুভমেণ্ট লংকাৰ আশিলা দণ্ডনিয়াই কয় যে পূৰ্বে এই মহিলাসকলে সৰু সৰু কাম কৰিছিল, কিন্তু তেওঁলোকৰ সংখ্যাও হ্ৰাস পাইছে। গাঁৱলৈ উভতি যাব নোৱাৰে। খৰচ আকাশলংঘী হোৱাৰ লগে লগে তেওঁলোকে অধিক উপাৰ্জনৰ বাবে যৌন কৰ্মৰ আশ্ৰয় লৈছে।

লগতে পঢ়ক নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

আনকি কেতিয়াবা তেওঁলোকৰ অবাঞ্চিত গৰ্ভাধৰণো কৰিছে। SUML NGOৰ আশিলা দাণ্ডেনিয়াই কয় যে অৰ্থনৈতিক সংকটৰ মাজতে দৰিদ্ৰতা আৰু আৰ্থিক কষ্টৰ আশংকাই মহিলাসকলক বস্ত্ৰ উদ্যোগৰ পৰা যৌন-কৰ্মলৈ ঠেলি দিছে। তেওঁলোকৰ হাতত কোনো বিকল্প নাই। হয় তেওঁলোকৰ পৰিয়ালৰ কোনো উপাৰ্জনৰ উৎস নাই নহয় তেওঁলোকক তেওঁলোকৰ সংগীয়ে তেওঁলোকক ত্যাগ কৰিছে।

SUMLৰ কাৰ্যবাহী সঞ্চালকগৰাকীয়ে আৰু কয় যে বহু যৌনকৰ্মীয়ে নিজৰ সংগীৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল যদিও সংকটৰ বাবে সংগীয়ে বহু যুৱতী/মহিলাক এতিয়া পৰিত্যাগ কৰিছে। আনকি বহুতেই গৰ্ভৱতী হৈ পৰিছে। বৰ্তমান আমাৰ দুগৰাকী যুৱতী আছে যি গৰ্ভৱতী আৰু আমি তেওঁলোকৰ যত্ন লোৱাটো প্ৰয়োজন আৰু আমি চৰকাৰৰ পৰাও কোনো সহায় লাভ কৰা নাই।

শ্ৰীলংকাৰ অভূতপূৰ্ব সংকটৰ পৰিপ্ৰেক্ষিতত ২ কোটি ২০ লাখ শ্ৰীলংকাৰ লোকে ব্যাপক কষ্ট আৰু দৰিদ্ৰতাৰ সম্ভাৱনাৰ সন্মুখীন হৈছে। দেশৰ সাম্প্ৰতিক পৰিস্থিতিয়ে কঢ়িয়াই অনা কষ্টে বহু পৰিয়ালৰ জীৱন প্ৰায় স্তব্ধ কৰি পেলাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamprostitutionsri lankaSri Lanka Crisis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
Next Post
৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.