• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

4 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

5 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

6 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

6 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

10 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

11 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

editor by editor
August 2, 2022
in নিয়োগ, বিনোদন, বিবিধ
0
খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক অদ্ভুত চাকৰিৰ বিজ্ঞাপন উলাইছে৷ ইয়াৰ দৰমহাও অতি আকৰ্ষণীয়৷ আপুনিও আগ্ৰহী নেকি এই চাকৰিৰ বাবে? কি চাকৰিৰ বিজ্ঞাপন উলাইছে সেই বিষয়ে আমি আপোনাক জনাবলৈ আগবাঢ়িছো৷

সাধাৰণে আঢ্যৱন্ত লোকসকলে ছুটি উদযাপন কৰিবলৈ বিভিন্ন দেশৰ সাগৰৰ পাৰলৈ যায়৷ বহুলোকে সাগৰৰ পাৰত অৰ্থাৎ বীচ্চত অৱসৰ বিনোদনৰ সময়তে কিতাপ পঢ়িবলৈও ইচ্ছা প্ৰকাশ কৰে৷

এনে পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখিয়ে মালদ্বীপৰ কুণফুনাধু দ্বীপৰ এখন বিলাসী ৰিজ’ৰ্টে বছৰজোৰা চুক্তিৰে কিতাপ বিক্ৰীৰ বাবে নতুন লোকক নিযুক্তি দিব খুজিছে৷ সোণোৱা ফুছি ৰিজ’ৰ্টে ‘বেয়াৰফুট বুকচেলাৰ’ অৰ্থাৎ খালী ভৰিৰে কিতাপ বিক্ৰেতা পদৰ বাবে পুনৰ আবেদন মুকলি কৰিছে৷

লগতে পঢ়ক বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে এইবাৰ তেওঁলোকে এটা সাগৰীয় দ্বীপত এবছৰৰ বাবে খালী ভৰিৰে কিতাপ বিক্ৰীৰ বাবে মানুহ নিযুক্তি প্ৰদান কৰিব৷

আলটিমেট লাইব্ৰেৰীৰ চেলছ মেনেজাৰ এলেক্স মেককুইনক বিচাৰিছে আবেগিক কিতাপ প্ৰেমী যিয়ে দুঃসাহসিক, আউটগোয়িং, সৃষ্টিশীল আৰু গোটেই দিনটো খালী ভৰিৰে কটাবলৈ আপত্তি নকৰে তেনে লোকক অগ্ৰাধিকাৰ দিয়া হ’ব। দ্বীপটোত কাকো জোতা পিন্ধিবলৈ অনুমতি নিদিয়াৰ বাবে খালী ভৰিৰে কিতাপ বিক্ৰী কৰা হয়।

অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই চুক্তি আৰু নতুন বেয়াৰফুট গ্ৰন্থ বিক্ৰেতাগৰাকীয়ে দৈনিক এখন কিতাপৰ দোকান চলাব লাগিব। ইয়াৰ লগতে একাউণ্টিং আৰু ষ্টক মাৰ্কেটিংও কৰিব লাগিব।

লগতে পঢ়ক পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

আলটিমেট লাইব্ৰেৰীৰ মেককুইনে কয়, ‘‘আবেদনকাৰীয়ে নিজাববীয়াকৈ ইয়ালৈ আহি চাকৰিৰ পিছত সকলো চাব লাগিব।’’

ইনষ্টাগ্ৰামত চাকৰিটোৰ বিষয়ে পোষ্ট কৰি দ্য বেয়াৰফুট বুকচেলাৰ্ছে লিখিছে: ‘‘ছ’নেভাৰ সৈতে অংশীদাৰিত্বৰে আমি ছ’নেভা ফুছিৰ বাবে আমাৰ পৰৱৰ্তী বেয়াৰফুট বুকচেলাৰ বিচাৰিছো! সাগৰীয় দ্বীপৰ গ্ৰন্থপ্ৰেমীৰ বাবে চূড়ান্ত সপোনৰ কাম, কিতাপ বিক্ৰী বিশ্বৰ অন্যতম সুন্দৰ ঠাই।’’

লগতে আৰু লিখিছে, ‘‘সফল প্ৰাৰ্থীসকলে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা আৰু খাদ্যৰ আশা কৰিব পাৰে, আৰু তেওঁলোকৰ ৱৰ্ক পাৰ্মিট আৰু বিমানৰ মাচুল ৰিজ’ৰ্টে আদায় দিব। লগতে প্ৰতিমাহে প্ৰায় ৬০ হাজাৰ টকাৰ দৰমহাও থাকিব চাকৰি আছে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBarefoot Booksellerbest news channel in assamBest news channel of assamBest News Portal in AssamKunfunadhoo Island in the MaldivesMaldives Beach
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.