• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

editor by editor
August 8, 2022
in অপৰাধ, ভাৰত
0
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  
0
SHARES
19.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি ভাৰতবৰ্ষৰ বিভিন্ন চহৰত লাইভ-ইনত বসবাস কৰা প্ৰেমিক-প্ৰেমিকাৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ এনে সম্পৰ্কতো বিবাহিত দম্পতীৰ দৰে প্ৰেমিক-প্ৰেমিকাৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাটো সাধাৰণ কথা হৈ পৰিছে।

কিন্তু এনে সম্পৰ্কত থকা এহাল প্ৰেমিক দম্পতীৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে, যি ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো বুকু কঁপি উঠিব৷ গাজিয়াবাদ চহৰত লিভ-ইনত বসবাস কৰা এই প্ৰেমিক দম্পতীৰ প্ৰেমিকাগৰাকীয়ে নিজৰ প্ৰেমিকক নৃশংসভাৱে হত্যা কৰিছে।

আৰক্ষীয়ে প্ৰকশ কৰা মতে মাত্ৰ এটা সাধাৰণ কথাৰ বাবেই এই হত্যাকাণ্ডটো সংঘটিত কৰা হৈছে৷ ইতিমধ্যে হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰেমিকাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীৰ জেৰাত প্ৰেমিকাগৰাকীয়ে প্ৰেমিকক কিয় হত্যা কৰিলে সেই কথা প্ৰকাশ কৰিছে৷

লগতে পঢ়ক এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

যোৱা শনিবাৰে নিশা স্থানীয় টহলদাৰী আৰক্ষীৰ দলে এগৰাকী যুৱতীয়ে এটা গধুৰ ট্ৰলী বেগ টানি থকা দেখা পাই তালাচী চলায়। যুৱতীগৰাকীয়ে ৰাতি টহলদাৰী আৰক্ষী দলটোৰ বাহনখন দেখি ৰাস্তাৰ কাষলৈ যাবলৈ চেষ্টা কৰে। যুৱতীগৰাকীক দেখি আৰক্ষীৰ সন্দেহ হয় আৰু ট্ৰলী বেগটোৰ তালাচী আৰম্ভ কৰে। বেগটো খুলি দিয়াৰ লগে লগে ভিতৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে যুৱতীগৰাকীক সোধা-পোছা কৰাত তুলসী নিকেতন গাজিয়াবাদৰ বাসিন্দা দীপক যাদৱৰ পত্নী প্ৰীতি শৰ্মা বুলি পৰিচয় দিয়ে। যুৱতীগৰাকীয়ে মৃতদেহটো তেওঁৰ লাইভ-ইনৰ সংগী ফিৰোজ বুলি স্বীকাৰোক্তি দিয়ে।

যুৱতীগৰাকীয়ে কয় স্বামী দীপক যাদৱক ত্যাগ কৰি যোৱা ৩-৪ বছৰ ধৰি ফিৰোজৰ সৈতে লাইভ-ইনত বসবাস কৰি আছিল। কিন্তু যোৱা ৬ আগষ্টৰ নিশা দুয়োৰে মাজত বিবাহ সন্দৰ্ভত বিবাদৰ সৃষ্টি হয়। যুৱতীগৰাকীয়ে নিজৰ সংগী ফিৰোজক সোনকালে বিয়া হ’বলৈ হেঁচা দি আছিল যদিও ফিৰোজ নামৰ তেওঁৰ প্ৰেমিকগৰাকীয়ে সেয়া প্ৰত্যাখ্যান কৰি আহিছিল৷

লগতে পঢ়ক

বাৰে বাৰে বিবাহৰ প্ৰসংগটো উত্থাপন কৰাত ফিৰোজে  খঙত অগ্নিশৰ্মা হৈ প্ৰীতিক ক’লে, ‘‘তুমি এগৰাকী অতি চালাক মহিলা, তুমি নিজৰ স্বামীৰে নহ’লা! মোৰনো ক’ত হ’বা?’’ সংগীয়ে এই কথাষাৰ কোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ যুৱতীগৰাকীয়ে সংগী ফিৰোজক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷

প্ৰীতিয়ে প্ৰকাশ কৰা মতে নিশা ঘৰত থকা দাঢ়ি কটা ৰেজৰেৰে ফিৰোজক ডিঙি কাটি হত্যা কৰিলে আৰু তাৰ পিছত মতৃদেহটো ভৰাবলৈ ৰাতিপুৱা সীলমপুৰৰ পৰা এটা ডাঙৰ ট্ৰলী বেগ কিনি আনিলে। ইয়াৰ পাছতে দেওবাৰে নিশা প্ৰীতিয়ে ফিৰোজৰ মৃতদেহটো ট্ৰলী বেগত ভৰাই আৰু গাজিয়াবাদ ৰে’লৱে ষ্টেচনৰ সমীপৰ ৰে’লৰ ছিৰিত ৰাখিবলৈ লৈ গৈছিল।

কিন্তু প্ৰীতিৰ কপাল বেয়া আছিল যে ফিৰোজৰ মৃতদেহটো ৰে’লৱে ষ্টেচনৰ সমীপৰ ৰে’লৰ ছিৰিত পেলাবলৈ লৈ যোৱাৰ পথতে টহলদাৰী আৰক্ষী দলটোৰ হাতত ধৰা পৰি গ্ৰেপ্তাৰ হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত ফিৰোজ দিল্লীত কৰ্মৰত এজন নাপিত আছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabatassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamgirlfriend killed her live in partnerlive-in relationships
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.