• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

4 years ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

35 minutes ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

1 hour ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

2 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

3 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

6 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

6 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

editor by editor
August 9, 2022
in অসম, ভাৰত
0
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু
0
SHARES
33.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক হৃদয়স্পৰ্শী তথা কৰুণৰ লগতে জঘন্য ঘটনা পোহৰলৈ আহিছে৷ নিজৰ জন্মদিন উদযাপনৰ সময়তে কৰুণভাৱে এক যুৱতীৰ মৃত্যু ঘটাৰ ঘটনা পোহৰলৈ আহিছে৷

ঘটনাটো ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এজন যুৱকে নিজৰ প্ৰেমিকাক জন্মদিন উপলক্ষে ছাৰপ্ৰাইজ দিয়াৰ অজুহাতত হোটেললৈ লৈ যায়। হোটেলত প্ৰেমিকে প্ৰেমিকাক ড্ৰাগছৰ অভাৰড’জ দি ধৰ্ষণ কৰে। ইয়াৰ ফলত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু পিছত কৰুণভাৱে মৃত্যুক সাৱটি লয়।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। যোধপুৰ উপায়ুক্তৰ ডিচিপি (পূব) ডাঃ অমৃতা দুহানে জনোৱা মতে, যোৱা ৬ আগষ্টত মহাত্মা গান্ধী হাস্পতালৰ পৰা আৰক্ষীয়ে সন্দেহজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃত্যুৰ সম্পৰ্কীয় এক তথ্য লাভ কৰে।

 

লগতে পঢ়ক ‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

ইয়াৰ পিছতে আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ মৃত যুৱতীগৰাকীৰ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে যে যোধপুৰৰ উদয় মন্দিৰ থানা এলেকাৰ ৰাজ ৰাঞ্চোদ মন্দিৰৰ বিপৰীতে অৱস্থিত এখন হোটেলত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। ইয়াৰ পিছতে তেওঁৰ সন্দেহজনক অৱস্থাত মৃত্যু হয়।

আৰক্ষী বিষয়া ডাঃ অমৃতা দুহানে প্ৰকাশ কৰা মতে, মৃত্যু হোৱা ২২ বছৰীয়া যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভগ্নীয়ে মহাত্মা গান্ধী হাস্পতালত ভৰ্তি কৰাইছিল। কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে। অত্যধিক ৰক্তক্ষৰণৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হয়।

তদন্তত জানিব পৰা গৈছে যে মৃত যুৱতীগৰাকীৰ পূৰ্বে এজন যুৱকৰ সৈতে এংগেজমেণ্ট হৈছিল যদিও অভিযুক্ত যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এই এংগেজমেণ্ট বাতিল কৰে।

 

লগতে পঢ়ক ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

যোৱা ৬ আগষ্টত যুৱতীগৰাকীৰ জন্মদিন আছিল। জন্মদিন উদযাপনৰ বাবে যুৱকজন জয়পুৰৰ পৰা যোধপুৰলৈ আহিছিল। যুৱকজনে যুৱতীগৰাকীক হোটেললৈ লৈ যায়। পূৰ্বেও তেওঁলোকে সেই হোটেলত বহুবাৰ কটাই যোৱা বুলি হোটেলৰ পক্ষই প্ৰকাশ কৰিছে৷ অভিযোগ অনুসৰি হোটেলতে যুৱকজনে যুৱতীগৰাকীক ড্ৰাগছৰ অভাৰড’জ প্ৰদান কৰি ধৰ্ষণ কৰে। ইয়াৰ ফলতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে।

যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটা দেখি যুৱকজনে যুৱতীগৰাকীৰ ভগ্নীক ফোন কৰি স্বাস্থ্য অৱনতি ঘটা বুলি কৈয়ে সেই স্থানৰ পৰা পলায়ন কৰে। কণিষ্ঠ ভগ্নীয়ে হোটেলত উপস্থিত হোৱাৰ সময়ত যুৱতীগৰাকীৰ অচেতন হৈ পৰি আছিল আৰু শৰীৰৰ পৰা ৰক্তক্ষৰণ হৈ আছিল। ভগ্নীয়ে ততাতৈয়াকৈ যুৱতীগৰাকীক প্ৰথমে পাওটা চেটেলাইট হাস্পতাললৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে যুৱতীগৰাকীক পুনৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। আনকি তাতো চিকিৎসকে চিকিৎসাৰ বাবে নাকচ কৰাৰ পাছতে মহাত্মা গান্ধী হাস্পতাললৈ লৈ যোৱা হৈছিল।

 

লগতে পঢ়ক এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

ইফালে এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি হোটেলখনৰ ৰেকৰ্ড পৰীক্ষা কৰে। যুৱকজন হোটেললৈ অহা বুলি নিশ্চিত হোৱাৰ পিছতে আৰক্ষীয়ে ৰে’লৱে ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। চিচিটিভি ফুটেজত অভিযুক্ত যুৱকজনক জয়পুৰলৈ যোৱা ৰে’লত বহি থকা দেখা গৈছিল। চি আৰ পি এফৰ বিষয়াসকলক এই সন্দৰ্ভত অৱগত কৰা হয়। পিছত মকৰানা ৰে’লৱে ষ্টেচনত অভিযুক্ত যুৱকগৰাকীক আৰক্ষীয়ে কৰায়ত্ত কৰে। অভিযুক্তক জেৰা কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হয়।

ডি চি পি ডাঃ অমৃতা দুহানে জনোৱা মতে এফ এছ এলৰ দলটোক থিতাতে মাতি আনি প্ৰমাণ সংগ্ৰহ কৰা হৈছে। যুৱতীগৰাকীক কোনটো ড্ৰাগছ সেৱন কৰোৱা হৈছিল সেই সন্দৰ্ভত তথ্য এফ এছ এলৰ প্ৰতিবেদনৰ পিছত গম পোৱা যাব। বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamboyfriend raped girlfrienddrugs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
Next Post
কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.