• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

24 minutes ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

59 minutes ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

2 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

2 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

3 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

4 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

20 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

21 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

21 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

22 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

22 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
August 20, 2022
in অপৰাধ, অসম
0
চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছ! চিকিৎসকৰূপী ড্ৰাইভাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ ৰাজ্যৰ এখন চৰকাৰী চিকিৎসালয়ত মুন্নাভাই এমবিবিএছৰূপী এজন ভুৱা চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ গ্ৰেপ্তাৰ হৈছে৷

নিজকে চিকিৎসকৰূপে পৰিচয় দি ৰোগীক চিকিৎসা কৰা এই মুন্নাভাই এমবিবিএছগৰাকী হৈছে মুহিধৰ গগৈ৷ তেওঁ পেচাত এগৰাকী ড্ৰাইভাৰ৷

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ৬ আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২২ কোঠাত চিকিৎসকৰ আসনত বহি মুহিধৰ গগৈয়ে এগৰাকী মহিলাক চিকিৎসাৰ বিধান দিছিল৷ ভুৱা চিকিৎসক মুহিধৰ গগৈয়ে মহিলাগৰাকীক চিকিৎসাৰ নামত আল্টাছাউণ্ড কৰিবলৈ প্ৰেছক্ৰাইপড কৰিছিল৷

লগতে পঢ়ক দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

মহিলাগৰাকীৰ চিকিৎসকৰূপী মুহিধৰ গগৈৰ আচৰণত সন্দহৰ উদ্ৰেক হোৱাত আৰক্ষীৰ কাষ চাপে৷ ৰোগী মহিলাগৰাকীয়ে মুহিধৰ গগৈয়ে প্ৰদান কৰা প্ৰেছক্ৰিপশ্যনসহ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটো তদন্ত চলাই মুন্নাভাই এমবিবিএছৰূপী ড্ৰাইভাৰ মুহিধৰ গগৈক গ্ৰেপ্তাৰ কৰে৷

ইফালে ড্ৰাইভাৰ মুহিধৰ গগৈয়ে কেনেকৈ এখন ব্যস্ত চৰকাৰী চিকিৎসালয়ত গৈ নিজকে চিকিৎসক বুলি পৰিচয় দি ৰোগীক চিকিৎসা কৰিব পাৰিলে এই সন্দৰ্ভত এজন অতিৰিক্ত উপায়ুক্তই তদন্ত অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMunna Bhai MBBSMunna Bhai MBBS in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?

প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.