• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ

4 years ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

52 minutes ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

1 hour ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

3 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

4 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

5 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

6 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

7 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ

editor by editor
August 26, 2022
in ভাৰত, ৰাজনীতি
0
দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰিছে। কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে জন্মু আৰু কাশ্মীৰৰ শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে। শুকুৰবাৰে আজাদে কংগ্ৰেছ নেত্ৰী ছোনিয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷ পদত্যাগ পত্ৰত ক্ষোভ প্ৰকাশ কৰি গুলাম নবী আজাদে কয় যে দলে পক্ষপাতিত্ব কৰাৰ পিছত কংগ্ৰেছে দেশৰ বাবে যোগাত্মক কাম কৰাত ব্যৰ্থ হৈছে।

পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত গুলাম নবী আদাজে লিখিছে সমগ্ৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াটো এক প্ৰহসন। কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ লক্ষ্য কৰি প্রবীণ নেতাগৰাকীয়ে লিখিছে,  যোৱা আঠ বছৰত তেওঁক নেতৃত্ব দিয়া ব্যক্তিজন ‘অপৰিপক্ক’ হোৱাৰ বাবেই এই সকলোবোৰ ঘটিছে৷

পদত্যাগী আজাদে পদত্যাগ পত্ৰত কংগ্ৰেছৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক আলোকপাত কৰিছে৷ আনকি তেওঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে থকা ‘ঘনিষ্ঠ সম্পৰ্ক’ৰ বিষয়েও উল্লেখ কৰিছে।

লগতে পঢ়ক যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা পেনেলৰ পৰা পদত্যাগ কৰিছিল গুলাম নবী আজাদে। ২০২০ চনৰ আগষ্ট মাহত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দলীয় নিৰ্বাচন আৰু স্থায়ী সভাপতি নিযুক্তিৰ দাবীত পত্ৰ প্ৰেৰণ কৰা ২৩ জন নেতাৰ ভিতৰত আজাদো আছিল।

কিছুদিন পূৰ্বে কংগ্ৰেছৰ ‘ক্ষুব্ধ’ ফৈদৰ নেতা হিচাপে পৰিচিত আনন্দ শৰ্মাই হিমাচল প্ৰদেশৰ ‘পৰ্যবেক্ষণ সমিতি’ৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে আনন্দৰ পদত্যাগে কংগ্ৰেছ শিবিৰক যথেষ্ট অস্বস্তিত পেলায়। আনন্দ শৰ্মাৰ পিছত গুলাম নবী আজাদৰ কংগ্ৰেছ ত্যাগে কংগ্ৰেছৰ ভিতৰ চ’ৰাত দলীয় অসন্তুষ্টি বৃদ্ধি হোৱাটোকে প্ৰমাণ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AICCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCongressGhulam Nabi AzadGhulam Nabi Azad resigns
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
সঁচাই চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি হৈছে নে? কি কয় বিত্ত মন্ত্ৰণালয়ৰ তথ্যই?

অসমৰ মুখ্যমন্ত্ৰীলৈ কি প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ? গ্ৰহণ কৰিব নে মুখ্যমন্ত্ৰী শৰ্মাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন