• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

4 years ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

22 minutes ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

45 minutes ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

1 hour ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

2 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

2 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

4 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

13 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

13 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

14 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

15 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

15 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

editor by editor
August 25, 2022
in অসম
0
যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ
0
SHARES
21.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ এখন আগশাৰী মহাবিদ্যালয় অধ্যক্ষৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উক্ত অভিযোগৰ ভিত্তিতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক অপসাৰণৰ দাবীও কৰা হৈছে৷

উত্তৰ লখিমপুৰ স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াই ফেচবুকৰ মেচেঞ্জাৰত কোনো যুৱতীৰে অশ্লীল তথা যৌনগন্ধী বাৰ্তালাপ কৰাৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ইফালে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন কেলেংকাৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তৎকালে অপসাৰণৰ দাবী উঠিছে৷

লগতে পঢ়ক ১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

অধ্যক্ষগৰাকীক অপসাৰণ আৰু তদন্তৰ দাবীত বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অধ্যক্ষ গৰাকীৰ পুত্তলিকা দাহ কৰে।

ইপিনে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই ঘটনাটো তদন্ত কৰা বুলি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে টুইট কৰিছে ৷ ইপিনে উচিত তদন্তৰ খাটিৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।

আনহাতে অধ্যক্ষগৰাকীয়ে তেওঁৰ ফেচবুক আই ডি হেক কৰি, ভুৱা ৱাটছএপত আই ডিৰে কোনো দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰা বুলি দাবী কৰি লখিমপুৰৰ আৰক্ষী অধিক্ষকক ওচৰত লিখিত অভিযোগ দাখিল কৰা বুলি প্ৰকাশ কৰিছে।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNL College
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Next Post
সমাধিৰ সময়ত কফিনত জী উঠিল ৩ বছৰীয়া কন্যা! কেইঘণ্টামানৰ পিছত আকৌ মৃত্যু

সমাধিৰ সময়ত কফিনত জী উঠিল ৩ বছৰীয়া কন্যা! কেইঘণ্টামানৰ পিছত আকৌ মৃত্যু

দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ

দেশত উছনেই হ’ব নেকি কংগ্ৰেছ? কংগ্ৰেছ ত্যাগ নেতা জ্যেষ্ঠ গোলাম নবী আজাদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.