• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

4 years ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

29 minutes ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

13 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

13 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

14 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

14 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

16 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

16 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

17 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

18 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

19 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

20 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

editor by editor
August 25, 2022
in জীৱনশৈলী, বিবিধ
0
১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!
0
SHARES
61.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৰে বাবে জন্মদিনটো জীৱনৰ অন্যতম বিশেষ দিন৷ আৰু যদি কাৰোবাৰ বাবে সেই দিনটো ১০০ বছৰীয়া জন্মদিন হয়! তেতিয়া সেই দিনটো কিমান বিশেষ হ’ব পাৰে সেয়া বৰ্ণনাৰো হয়তো প্ৰয়োজন নাই৷

কিন্তু যদি কোনোবাই তেওঁৰ ১০০ বছৰীয়া জন্মদিন উদযাপন কৰিবলৈ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হয় তেতিয়া বাৰু কেনে লাগিব! ঠিক তেনে খবৰেই সংবাদ মাধ্যমত এতিয়া প্ৰকাশ পাইছে৷ প্ৰকাশিত খবৰৰ মতে এগৰাকী অষ্ট্ৰেলিয়ান মহিলাই তেওঁৰ ১০০ বছৰীয়া জন্মদিনতে গ্ৰেপ্তাৰ হ’ল।

এই ঘটনাটো অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভিক্টোৰিয়া আৰক্ষীয়ে নিজেই নিজৰ ছ’চিয়েল মিডিয়াৰ পেজত মহিলাগৰাকীৰ গ্ৰেপ্তাৰ কৰা ফ’টো এখন শ্বেয়াৰ কৰিছে। তাত কোৱা হৈছে যে জিন বিকটন নামৰ এগৰাকী মহিলাক তেওঁৰ কিছুমান বিশেষ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ সৈতে জন্মদিন উদযাপন কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে মহিলাগৰাকীৰ নিজ ইচ্ছাৰ বাবেই এইদৰে গ্ৰেপ্তাৰ কৰা হয়। আচলতে মহিলাগৰাকীৰ বয়সে এশ বছৰ স্পৰ্শ কৰিলেও তেওঁক কেতিয়াও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কৰা হোৱা নাছিল৷

সেয়ে নিজেই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁক আৰক্ষীয়ে এবাৰ গ্ৰেপ্তাৰ কৰক আৰু ইয়াৰ বাবেই তেওঁৰ পৰিয়ালৰ লোকসকলেও মহিলাগৰাকীক গ্ৰেপ্তাৰৰ বাবে এইধৰণেৰে ব্যৱস্থা কৰি দিছিল।

অৱশ্যে কিছু সময়ৰ পিছতে মহিলাগৰাকীক মুকলি কৰি দিয়া হয়। আৰক্ষীয়ে জনোৱা মতে, ভিক্টোৰিয়াৰ গাৰ্ডেনছ ৰেচিডেন্সিয়েলত থকা মহিলাগৰাকীৰ ঘৰত তিনিজন যুৱ কনিষ্টবলে মহিলাগৰাকীৰ হাতত লাহে লাহে হেণ্ডকাফ লগাই আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰে। ইয়াৰ পিছত সকলোৱে একেলগে জন্মদিন উদযাপন কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 100th birthdayasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
Next Post
ধৰ্ষিতাক বিয়া কৰাবলৈ কাৰাগাৰৰ পৰা ওলাল ধৰ্ষণকাৰী, তাৰ পিছত কি হ’ল?

ধৰ্ষিতাক বিয়া কৰাবলৈ কাৰাগাৰৰ পৰা ওলাল ধৰ্ষণকাৰী, তাৰ পিছত কি হ’ল?

যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.