• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?

৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?

4 years ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

21 minutes ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

40 minutes ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

2 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

3 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

11 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

11 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

11 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

12 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

12 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

13 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

13 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?

editor by editor
August 25, 2022
in বিবিধ, ভাৰত
0
৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুকুৰ হৈছে প্ৰভূভক্ত৷ অৰ্থাৎ মানুহে কুকুৰক প্ৰভূভক্ত বুলিয়েই আখ্যা দি আহিছে৷ কোৱা হয় যে গৰাকীক কুকুৰে কেতিয়াও অনিষ্ট নকৰে৷ সেয়ে চাগে গৰাকীয়ে কুকুৰক আদৰ-সাদৰ কৰা দেখা যায়!! অৱশ্যে এতিয়া বৰ্ণ শংকৰজাতৰ কুকুৰ বিলাসী জীৱন ধাৰাৰো অবিচ্ছেদ্য অংগ হৈ পৰিছে৷

কিন্তু ইয়াৰ মাজেত আজি আমি গুজৰাটৰ এখন গাঁৱৰ কুকুৰকেন্দ্ৰিক এটা প্ৰেৰণাদায়ক কাহিনী ক’বলৈ আগবাঢ়িছো। ৫ কোটি টকা মূল্যৰ ভূমিৰ গৰাকী কুকুৰৰ বিষয়ে ক’বলৈ লৈছো৷

গুজৰাটৰ বনাস্কান্ত জিলাৰ পালনপুৰ তালুকাৰ কুশকল গাঁৱত অঘৰী কুকুৰৰ বাবে এক বিশেষ পৰম্পৰা আছে, যাৰবাবে কুকুৰসমূহে বিলাসী জীৱন উপভোগ কৰাৰ লগতে ‘কোটিপতি’ হৈ পৰিছে।

লগতে পঢ়ক ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

গাঁওবাসীয়ে জনোৱা মতে, তেওঁলোকৰ পূৰ্বপুৰুষসকলে গাঁওখনৰ অঘৰী কুকুৰৰ বাবে এক অনন্য ব্যৱস্থা স্থাপন কৰি অঘৰী কুকুৰৰ বাবে ২০ বিঘা কৃষিভূমি আবণ্টন দিছিল। অঘৰী কুকুৰবোৰৰ বাবে হ’বলগীয়া এই ভূমিৰ আনুমানিক বজাৰ মূল্য ৫ কোটি টকাৰো অধিক।

যদিও উক্ত ভূমিখিনি আনুষ্ঠানিক তথা কাগজে পত্ৰই কুকুৰবোৰৰ নামত নাই কিন্তু সেই মাটিৰ পৰা হোৱা সকলো উপাৰ্জন কুকুৰবোৰৰ নামতে ৰখা হয়।

বাতৰি অনুসৰি গাঁৱৰ মানুহে নিশ্চিত কৰে যে এই অঞ্চলৰ এটাও কুকুৰৰো যাতে ভোকত থাকিবলৈ নাপায়। এই অঞ্চলত প্ৰায় ১৫০ টা কুকুৰ আছে আৰু তেওঁলোকক নিয়মিতভাৱে লাডুৰ দৰে মিঠাই খাবলৈ দিয়া হয়।

লগতে পঢ়ক অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

উল্লেখ্য যে উক্ত গাঁওখনৰ জনসংখ্যা প্ৰায় ৭০০ জন, বেছিভাগেই চৌধুৰী জনগোষ্ঠীৰ। স্বাধীনতাৰ পূৰ্বে পালনপুৰ নবাবৰ শাসনত আছিল আৰু শাসকে গাঁৱৰ মানুহক কিছু ভূমি প্ৰদান কৰিছিল। কিন্তু গাঁওবাসীয়ে ভাবিলে যে মানুহে জীৱিকা উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰে কিন্তু অঘৰী কুকুৰবোৰৰ কি হ’ব!

আৰু সেয়ে এনে কুকুৰৰ বাবে ২০ বিঘা কৃষিভূমি তেওঁলোকে আবণ্টন দিছিল আৰু তেতিয়াৰ পৰা এই ভূমিৰ পৰা হোৱা উপাৰ্জন অঘৰী কুকুৰৰ কল্যাণৰ বাবে ব্যয় কৰা হয়। জাতি-বৰ্ণ নিৰ্বিশেষে সকলো গাঁৱৰ লোকে আজিলৈকে এই মহান পৰম্পৰা মানি চলি আহিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamDogs From This Gujarat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

ধৰ্ষিতাক বিয়া কৰাবলৈ কাৰাগাৰৰ পৰা ওলাল ধৰ্ষণকাৰী, তাৰ পিছত কি হ’ল?

ধৰ্ষিতাক বিয়া কৰাবলৈ কাৰাগাৰৰ পৰা ওলাল ধৰ্ষণকাৰী, তাৰ পিছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.