• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

8 minutes ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

48 minutes ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

1 hour ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

2 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

2 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

3 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

3 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

5 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

6 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

6 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

7 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
August 26, 2022
in অপৰাধ, ভাৰত
0
হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
18.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰেলাৰ তিৰুৱনন্তপুৰমৰ ৱলিয়াথুৰা অঞ্চলৰ তিনিজন লোকক কনভেণ্ট হোষ্টেলত প্ৰৱেশ কৰি তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই চৌহদৰ দেৱালৰ ওপৰেৰে জঁপিয়াই ছাত্ৰীকেইগৰাকীয়ে থকা কোঠাবোৰত প্ৰৱেশ যৌন নিৰ্যাতন চলায়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত কাদিনামকুলাম আৰক্ষীয়ে চাৰি অভিযুক্ত ক্ৰমে মাৰ্চন, অৰুণ আৰু ৰেঞ্জিথৰ বিৰুদ্ধে যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা আইন (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২৪ আগষ্ট বুধবাৰে আৰক্ষীয়ে নিশা টহল দি থকাৰ সময়ত কনভেণ্ট হোষ্টেলত দুজন লোকে প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে৷ পিছত আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ সোধা-পোছা কৰাৰ পাছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাৰ সময়ত অভিযুক্তকেইজনে মদ্যপান কৰি থকা বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷

লগতে পঢ়ক পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকলৰ এজনৰ কনভেণ্টৰ হোষ্টেলৰ এগৰাকী ছাত্ৰীৰে বন্ধুত্ব আছিল। কনভেণ্ট হোষ্টেলত দুয়ো গোপনে সাক্ষাৎ কৰিছিল, তাৰ পিছত তেওঁ দুই বন্ধুক হোষ্টেললৈ ভিতৰলৈ নিমন্ত্ৰণ কৰে। অভিযুক্তকেইজনে প্ৰথম অৱস্থাত ছাত্ৰীসকলৰ সৈতে লগত বন্ধুত্ব কৰে।

তাৰ পিছত, তেওঁলোকে হোষ্টেললৈ সুৰা আনি নিজে পান কৰাৰ লগতে ছাত্ৰীকেইগৰাকীকো মদ্যপান কৰোৱাই যৌন নিৰ্যাতন চলায়। আৰক্ষীয়ে কনভেণ্ট হোষ্টেলত প্ৰৱেশ কৰিবলৈ লোককেইজনে আন কোনো লোকৰ পৰা সহায় লাভ কৰিছিল নেকি তাৰো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamConvent HostelPOCSO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ
ভাৰত

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

May 8, 2026
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!
ভাৰত

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

May 8, 2026
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
Next Post
বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া

ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.