• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

4 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

7 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

8 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

9 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

9 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

10 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

10 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

11 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

12 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

13 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

14 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

14 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

editor by editor
September 5, 2022
in অসম, চিনেমা, বিশ্ব
0
অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’
0
SHARES
462
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ শেহতীয়া চুটি ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ (দ্য হৰ্চ ফ্ৰম হেভেন)এ একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ, অস্কাৰৰ শ্ৰেষ্ঠ লাইভ একচন চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে।

ভাৰতীয় প্ৰতিযোগিতা শাখাত শেহতীয়াকৈ সমাপ্ত হোৱা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ ২০২২-ত এই চুটি ছবিখনে শীৰ্ষ পুৰস্কাৰ লাভ কৰাৰ পিছত এই যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ হৈছে ভাৰতত অনুষ্ঠিত হোৱা একাডেমী বঁটা যোগ্যতা অৰ্জনকাৰী চুটি চলচ্চিত্ৰ এটা মহোৎসৱ।

মহৰ্ষি তুহিন কাশ্যপৰ নিজা কাহিনীৰে পৰিচালিত ১৫ মিনিটৰ চুটি চলচ্চিত্ৰখনৰ কাহিনী হৈছে ওজাপালিৰ সৈতে জড়িত এজন ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত যিয়ে ভাবে যে তেওঁৰ ওচৰতহে পৃথিৱীৰ দ্ৰুততম ঘোঁৰাটো আছে, যিটোৱে চহৰখনৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতাত জয় হ’ব৷ কিন্তু পৰিহাসৰ কথাটো হৈছে যে তেওঁ যিটোক পৃথিৱীৰে দ্ৰুততম ঘোঁৰা বুলি ভাবিছে সেইটো আচলতে ঘোঁৰাৰ পৰিৱৰ্তে এটা গাধহে। অতিবাস্তৱবাদ আৰু ডাঠ হাস্যৰসৰ ছাঁ লৈ, চলচ্চিত্ৰখনত ওজাপালিৰ ৰূপটো চলচ্চিত্ৰগতভাৱে অনুবাদ কৰাৰ এক আনুষ্ঠানিক প্ৰয়াস কৰা হৈছে।

লগতে পঢ়ক কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা, পঞ্চায়তে বিহিলে ১০ লক্ষ টকাৰ জৰিমনা

অসমৰ প্ৰবীণ অভিনেতা অতুল পাচানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনৰ দৃশ্য গ্ৰহণ অৰ্ণব লাহাৰ আৰু পুলকিত ফিলিপ তথা অৰ্ণব বৰা আৰু সোমনাথ গোঁহাইৰ ।

‘দ্য হৰ্চ ফ্ৰম হেভেন’ ইয়াৰ পূৰ্বে সন্মানীয় কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ আৰু হিমালয় চলচ্চিত্ৰ মহোৎসৱ ২০২১ ৰ বাবেও নিৰ্বাচিত হৈছিল।

নীলাঞ্জনা ৰুদ্ৰেৰ প্ৰযোজনাৰ  চুটি ছবিখনৰ কলা পৰিচালনা বিপিন ৰোহিল্লাৰ আৰু ধ্বনি মিশ্ৰণ অৰ্চিছমান মুখাৰ্জীৰ। আনহাতে মহাক গুপ্তাই ছবিখনৰ ৰংবিদ হিচাপে কাম কৰিছিল। ছবিখনত অতুল পাচনিৰ লগতে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটাৰ্জী আৰু সনাতন কৰ্মকাৰে অভিনয় কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamOscarThe Horse from Heaven
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!
বিনোদন

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

May 23, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?
বিশ্ব

কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

May 23, 2026
Next Post
জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

কাজিয়া! প্ৰচণ্ড মাৰপিট!  আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

কাজিয়া! প্ৰচণ্ড মাৰপিট! আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.