• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

4 years ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 minutes ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

1 hour ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

2 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

2 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

4 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

5 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

5 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

6 hours ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

15 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

16 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

16 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

editor by editor
September 7, 2022
in অপৰাধ, ভাৰত
0
এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনতাৰ সুৰক্ষাত নিয়োজিত আৰক্ষীয়ে কিছুমান এনে কৰ্মৰ বাবে সংবাদ শিৰোণাম দখল কৰে যিয়ে সাধাৰণ জনতাৰ মনৰ পৰা খাকী পোছাক জোৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সমীহ দুয়োটাকেই লাঘৱ কৰে৷

আৰক্ষীৰ পুনৰ তেনে এক কাণ্ড সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে একেটা থানাৰে দুজন আৰক্ষী জোৱানে এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ প্ৰেমত অন্ধ হৈ পৰস্পৰে পৰস্পৰক হত্যা কৰাৰ বাবে উদ্যত হৈছিল৷

এই লজ্জাজনক কাণ্ডটো উত্তৰ প্ৰদেশ আৰক্ষীৰ৷ উত্তৰ প্ৰদেশৰ বেৰেলী আৰক্ষী থানাত কৰ্মৰত যোগেশ আৰু মুন নামৰ দুই আৰক্ষী জোৱানে একেখন থানাতে কৰ্মৰত এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ প্ৰেমত অন্ধ হৈ পৰে৷

লগতে পঢ়ক মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত

দুয়োগৰাকী জোৱানে একপক্ষীয়ভাৱে মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ প্ৰেমত অন্ধ হৈ পৰাৰ পাছতহে জানিব পাৰে যে তেওঁলোকে দুয়োৱে একেগৰাকী মহিলা কনিষ্টবলেৰে প্ৰেমত অন্ধ হৈ আছে৷ সেই কথা জানিব পাৰি দুই আৰক্ষী জোৱানৰ মাজত কাজিয়াৰ সূত্ৰপাত হ’বলৈ ধৰিলে৷

তেওঁলোকৰ মাজৰ কাজিয়াই এনে পৰ্যায় পালেগৈ যে যোৱা সোমবাৰে নিশা দুয়োৰে মাৰণাস্ত্ৰ লৈ দুয়োকে হত্যা কৰিবলৈ উদ্যত হয়৷ কিন্তু সতীৰ্থ আৰক্ষী জোৱানৰ তৎপৰতাত দুয়োৰে জীৱন ৰক্ষা পৰে আৰু তেওঁলোকৰ মাৰণাস্ত্ৰৰ গুলী লক্ষ্যভ্ৰষ্ট হয়৷

আৰক্ষী থানাত গুলীচালনা কাণ্ডক গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও ঘটনাই গৈ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পায়গৈ৷ জিলা আৰক্ষী অধীক্ষক সত্যাৰ্থ অনিৰুদ্ধ পংকজে ঘটনাৰ খবৰ পাইয়ে ক্ৰাইম ব্ৰাঞ্চৰ প্ৰতাপ সিঙক ঘটনাটো তদন্ত কৰিবলৈ উক্ত আৰক্ষী থানালৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰাতহে দুই আৰক্ষী জোৱানে নিজৰ থানাৰে এগৰাকী সতীৰ্থ মহিলা আৰক্ষী কনিষ্টবলৰ একপক্ষীয় প্ৰেমত পৰি এই ভয়ানক কাণ্ড সংঘটিত কৰা কথাটো পোহৰলৈ আহে৷

জানিব পৰা মতে একপক্ষীয়ভাৱে দুয়োগৰাকী আৰক্ষী জোৱানে মহিলা আৰক্ষী কনিষ্টবলগৰাকীক বিয়া কৰাবলৈ মন বান্ধিছিল৷ কিন্তু সেই সম্পৰ্কে মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে ঘূৰ্ণাক্ষেও অৱগত নহয় বুলি প্ৰকাশ পাইছে৷ মহিলা কনিষ্টবলগৰাকীয়ে দুয়োগৰাকী আৰক্ষী জোৱানকে সহকৰ্মীৰ দৃষ্টিৰেই চাই আহিছিল বুলিহে প্ৰকাশ পাইছে৷

ইফালে উচ্চ পদস্থ আৰক্ষী বিষয়াই তদন্ত কৰি ঘটনা সন্দৰ্ভত বেৰেলী আৰক্ষী থানাৰ ৫ গৰাকী আৰক্ষীক নিলম্বন কৰিছে৷ থানাৰ পৰিদৰ্শক সত্যেন্দ্ৰ ভদনা আৰু অপৰাধ বিভাগৰ পৰিদৰ্শক অণিল কুমাৰকো ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamUP police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.