• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

3 years ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

33 minutes ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

2 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

3 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

4 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

20 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

21 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

22 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

23 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

1 day ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷ তাৰ পিছত ঘটিল এই ঘটনা…

editor by editor
September 8, 2022
in অপৰাধ
0
OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জে’লৰ ভিতৰত কয়দীয়ে মোবাইল ফোন ৰখা অভিযোগ নতুন নহয়৷ সময়ে সময়ে দেশৰ বহু জে’লৰ কয়দীৰ পৰা অবৈধভাৱে ৰখা মোবাইল জব্দ কৰি আহিছে৷ কিন্তু শেহতীয়াভাৱে দিল্লীৰ তিহাৰ জেলত পোহৰলৈ আহিছে এটা অদ্ভুত ঘটনা৷ জে’লৰখনৰ এজন কয়দীৰ পেটৰ পৰা চিকিৎসকে উলিয়াইছে দুটাকৈ মোবাইল৷ কয়দীজনৰ পেটত এতিয়াও দুবিধ অন্য বস্তু আছে, যিটোৰ বিষয়ে চিকিৎসকে পৰীক্ষা কৰি আছে আৰু শীঘ্ৰে সেয়াও বাহিৰ কৰিব৷

দৰাচলতে আগষ্ট মাহত তিহাৰ কাৰাগাৰত মোবাইল বিক্ৰীৰ সন্দৰ্ভত জে’ল কৰ্তৃপক্ষই গোপন তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে তিহাৰত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয়। প্ৰতিজন কয়দীক সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছিল৷ সেই সময়তে ১ নম্বৰ জেলত বন্দী হৈ থকা এজন কাৰাবন্দীয়ে তেওঁৰ পেটত মোবাইল থকাৰ কথা বিষয়াসকলক জনায়।

তাৰ পাছতে কাৰাগাৰ প্ৰশাসনে কয়দীজনক জিম্মাত লৈ তেওঁৰ চিকিৎসা পৰীক্ষা কৰোৱায়৷ পৰীক্ষাত কয়দীজনৰ পেটত মোবাইল থকাৰ তথ্য জানিব পাৰে৷ ইয়াৰ পিছতে কয়দীজনক জিবি পন্ত হাস্পতালত ভৰ্তি কৰোৱা হয়। য’ত বুধবাৰে বন্দীজনৰ পেটৰ পৰা দুটা মোবাইল উলিওৱা হয়৷

কাৰাগাৰ প্ৰশাসনৰ মতে, কয়দীজনক হত্যা-ডকাইতিৰ গোচৰত অভিযুক্ত আছিল৷ কিছুদিন পূৰ্বে তেওঁ আদালতৰ তাৰিখত জে’লৰ পৰা ওলাই গৈছিল। এই সময়তে অন্য কাৰাবন্দীক যোগান ধৰাৰ উদ্দেশ্যৰে মোবাইলটো গিলি জে’ললৈ আহে। কিন্তু ভিতৰলৈ অহাৰ পিছত তেওঁ ফোনটো উলিয়াব নোৱৰাত তীব্ৰ পেটৰ বিষত ভুগিবলৈ ধৰে৷ অৱশেষত উপায়হীন কয়দীজনে নিজেই বিষয়াসকলক এই বিষয়ে অৱগত কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ
অপৰাধ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

December 12, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
Next Post
পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

পত্নীৰ চৰিত্ৰক লৈ সন্দেহ, সম্পত্তিৰ বিবাদ! পত্নীসহ পুত্ৰকো হত্যা পিতৃৰ! তাৰ পিছত পিতৃয়ে কৰিলে কি?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.