• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

4 years ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

59 seconds ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

1 hour ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

19 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

19 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

19 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

20 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

20 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

20 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

21 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

22 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

23 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

editor by editor
September 9, 2022
in ভাৰত, ৰাজনীতি
0
চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰৰ বিৰুদ্ধে উলিওৱা এক ব্যতিক্ৰমী প্ৰতিবাদী শোভাযাত্ৰাই সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ১০২ বছৰীয়া এজন বৃদ্ধই দৰাৰ বেশত বিশাল শোভাযাত্ৰা কৰি চৰকাৰী বিষয়াক সাক্ষাৎ কৰিবলৈ যোৱা দেখা গৈছে৷

ঘটনাটো হাৰিয়ানাৰ৷ হাৰিয়ানাৰ ৰোহটক জিলাৰ৷ চৰকাৰী নথিত ইতিমধ্যে ১০২ বছৰীয়া দিলো চান্দ নামৰ বৃদ্ধগৰাকীক মৃত্যু হোৱা বুলি লিপিৱদ্ধ কৰা হৈছে৷ বৃদ্ধগৰাকীক মৃত্যু বুলি কৈ চৰকাৰে তেওঁৰ বৃদ্ধ পেন্সনো যোৱা মাৰ্চ মাহতে বন্ধ কৰি দিয়ে৷ কিন্তু ১০২ বছৰীয়া লোকজন এতিয়াও জীৱিত৷

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে ১০২ বছৰীয়া বৃদ্ধগৰাকীৰ লগতে তেওঁৰ গাঁৱৰ লোকসকল৷ ইয়াৰ পাছতে তেওঁলোকে এক অভিনৱ পন্থাৰে চৰকাৰী বিষয়াক সাক্ষাৎ কৰি তেওঁলোকৰ ওজৰ আপত্তি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

লগতে পঢ়ক কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

উক্ত সিদ্ধান্ত অনুসৰিয়ে ১০২ বছৰীয়া দিলো চান্দক দৰাৰ দৰে সজোৱা হয়৷ এখন ৰথসদৃশ বাহনত দৰাৰ সাজত দিলো চান্দক বহুৱাই গঞাই বিবাহৰ শোভাযাত্ৰা আৰম্ভ কৰে৷ মানস সৰোবৰৰ পাৰ্কৰ পৰা কেনেল ৰেষ্টলৈ উলিওলা এই বিশাল শোভাযাত্ৰাত গঞাই নৃত্য-গীত কৰাও দেখা যায়৷

চৰকাৰী বিষয়াক ১০২ বছৰীয়া দিলো চান্দ এতিয়া জীৱিত বুলি ক’বলৈকে এই সুদৃশ্য শোভাযাত্ৰা বাহিৰ কৰা হয়৷ শোভাযাত্ৰাৰ বেনাৰবোৰত লিখা হৈছে ‘আপোনাৰ খুৰা এতিয়াও জীয়াই আছে’, ‘দিলো চান্দ জীয়াই আছে’, আৰু ‘মই জীয়াই আছো৷’

দিলো চান্দে এইদৰে শোভাযাত্ৰাৰ অন্তত প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মনীষ গ্ৰোভাৰক সাক্ষাৎ কৰি আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদি তেওঁৰ জীয়াই থকাৰ লগতে প্ৰমাণ পত্ৰ দাখিল কৰি পেন্সনটো পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়৷

লগতে পঢ়ক মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

ইফালে এই শোভাযাত্ৰাটোৰ নেতৃত্ব লয় আম আদমি পাৰ্টিৰ হাৰিয়ানাৰ প্ৰাক্তন প্ৰধান নবীন জয়হিন্দে৷

উল্লেখ্য যে তদ্ৰূপ এটা ঘটনা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰতো সংঘটিত হৈছিল৷ চলিত সপ্তাহতে ওম প্ৰকাশ নামৰ এজন ৭০ বছৰীয়া এজন বৃদ্ধক এবছৰৰ পূৰ্বে মৃত্যু হোৱা বুলি কৈ বৃদ্ধ পেন্সন বন্ধ কৰি দিয়া হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamThara Fufa is alive
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
Next Post
‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.