• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

4 years ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

38 minutes ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

2 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

2 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

5 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

6 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

7 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

7 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

7 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

editor by editor
September 22, 2022
in অসম
0
হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ
0
SHARES
17.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিৰাঙ জিলাৰ শামথাইবাৰী জাতীয় পথৰ গাতে লাগি থকা বাথৌ খেৰাই ৰিজ’ৰ্টত যোৱা ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্ম পূজাৰ নিশা অশ্লীল নৃত্যৰ মাজতে এজন যুৱকে দুজনী বড়ো যুৱতীৰ শ্লীলতাহানীৰ চেষ্টা চলোৱা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে এই বিলাসী ৰিজ’ৰ্টখন বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী পত্নীৰ মালিকানাধীন৷

প্ৰায়ে ৰিজ’ৰ্টখনত এনে কাৰ্য সংঘটিত হয় বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰে।ৰিজ’ৰ্টখনত নানান অসামাজিক কাৰ্যৰে ভৰি পৰিছে বুলিও দাবী স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজৰ মতে ৰিজ’ৰ্টখনত মদ, ভাঙ, ড্ৰাগচ আদিও সুলভ হৈ পৰিছে।

লগতে পঢ়ক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

উল্লেখ্য যে প্ৰাক্তন বিটিচিৰ মুৰব্বী তথা বিপিএফ প্ৰধান হাগ্ৰমা মহিলাৰীৰ পত্নী চেউলি মহিলাৰীৰ নামত থকা এই ৰিজ’ৰ্টখনত সংঘটিত এনে কাৰ্যৰেৰে সামাজিক বাতাবৰণ তথা পৰিবেশে বিনষ্ট কৰা বুলিও স্থানীয় ৰাইজে দাবী কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক এই ৰিজ’ৰ্টখনৰ বিৰুদ্বে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই ইয়াৰ উপকন্ঠ ৰাইজে।

আনহাতে যুৱতী দুগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱা যুৱকজনক বিচাৰি কঠোৰ শাস্তি বিহাৰ দাবীও জনাইছে স্থানীয় ৰাইজে।

ইফালে ৰিজ’ৰ্টখনৰ এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে নিখিল বড়ো ছাত্ৰ সন্থাই৷ বড়ো ছাত্ৰ সন্থাই কয় যে এনে কাৰ্য যুৱপ্ৰজন্মক বিনষ্ট কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.