• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

4 years ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

1 hour ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

2 hours ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

2 hours ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

2 hours ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

3 hours ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

4 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

4 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

6 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

6 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

7 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

8 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

editor by editor
October 2, 2022
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
মানৱ জাতিতো পৰিব প্ৰভাৱ! প্ৰতিঘণ্টাত ১৪৪৯৫ কিঃমিঃ বেগত পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৃথিৱীৰ দিশে গতি কৰিছে বিশালকায় গ্ৰহাণু। ১৪,৪৯৫ কিঃমিঃ প্ৰতি ঘণ্টাত পৃথিৱীৰ দিশে আহি থকা এই বিশাল গ্ৰহাণুক লৈ সতৰ্কবাণী দিছে নাছাই।

বিজ্ঞানীসকলে দাবী কৰা অনুযায়ী এই মহাজাগতিক ঘটনাৰ ফলত সমগ্ৰ পৃথিৱীয়েই তছনছ হৈ পৰিব পাৰে। পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিব পাৰে বহুকেইটা প্ৰাণী। মানৱ সভ্যতাতো প্ৰভাৱ পেলাব এই গ্ৰহাণুৱে। গ্ৰহাণুৰ পৰা পৃথিৱীক বচাবলৈ নাছাই কৰিছে বিশেষ কিছু পৰীক্ষা। DART পৰীক্ষা অৰ্থাৎ ডাবল এষ্ট্ৰইড টেষ্ট আৰম্ভ কৰিছে নাছাই।

গ্ৰহাণুৰ পৰা পৃথিৱীক ৰক্ষা কৰিবৰ বাবে নাছাৰ লগতে বহুকেইটা মহাকাশ গৱেষক সংস্থাই একেলগে পৰীক্ষা সম্পন্ন কৰিব। প্ৰত্যেক সময়তে মহাকাশৰ বিভিন্ন গতি-বিধি নিৰীক্ষণ কৰি থকা নাছাই জনোৱা অনুসৰি পৃথিৱীৰ পৰা ৪৬ লাখ কিঃমিঃ দূৰত্বত যদি কোনো বস্তু দেখা যায় আৰু সেই বস্তু যদি ১৫০ মিটাৰ বা তাতকৈ বেছি দৈৰ্ঘ্যৰ হয় তেন্তে সেয়া পৃথিৱীৰ বাবে ভয়ানক বুলি জনাইছে নাছাই। Asteroid 2018 ER1 -কো বিপদজনক বুলি উল্লেখ কৰিছে নাছাই।

উল্লেখ্য যে পৃথিৱীৰ দিশে আহিব বুলি সন্দেহ কৰা গ্ৰহাণুটো আৰু পৃথিৱীৰ মাজত দুৰত্ব বৰ্তমানো ৩৫ লাখ কিঃমিঃ। কিন্তু মহাকাশত গ্ৰহাণুটোৰ গতি-বিধি চাই সেই গ্ৰহাণুটোৱে গতিপথ সলাই পৃথিৱীৰ ফালে আহিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে নাছাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
Next Post
এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.