• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

3 years ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

1 minute ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

1 hour ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

2 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

2 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

3 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

3 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

3 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

14 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

15 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

16 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

16 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

editor by editor
November 20, 2022
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২২ । সুদীৰ্ঘ ৪ বছৰৰ মূৰত আৰম্ভ হ’বলগীয়া ফিফাক লৈ উছাহ-উদ্দীপনাৰে ভৰপূৰ ক্ৰীড়া অনুৰাগীসকলৰ। কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ সবিশেষ জানো আহক।

ফিফা বিশ্বকাপ ২০২২, কাটাৰ
ফিফা বিশ্বকাপত মুঠ ৮টা গ্ৰুপে অংশগ্ৰহণ কৰিব। প্ৰতিটো গ্ৰুপতে ৪টা দল আছে। অৰ্থাৎ মুঠ ৩২ খন দেশে খেলিব টুৰ্ণামেণ্টখন। ফিফা বিশ্বকাপৰ গ্ৰুপ ফেজ আজিৰে পৰা আৰম্ভ হ’ব আৰু ২ ডিচেম্বৰলৈ চলিব আৰু নকআউট খেল ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব, লগতে ফাইনেল খেলখন ১৮ ডিচেম্বৰত সমাপ্তি ঘটিব। ফিফা বিশ্বকাপত মুঠ ৬৪ খন খেল হ’ব।

আয়োজক দেশৰ ষ্টেডিয়াম
৬৪ খেলকেইখন আয়োজিত হ’ব কাটাৰৰ বিভিন্ন প্ৰান্তত থকা ৮ খন ষ্টেডিয়ামত। ষ্টেডিয়ামকেইখন হৈছে-
আল-বাইট ষ্টেডিয়াম, খলিফা ইণ্টাৰনেচনেল ষ্টেডিয়াম, আল-থামামা ষ্টেডিয়াম, আহমেদ বিন আলী ষ্টেডিয়াম, লুছেইল ষ্টেডিয়াম, ষ্টেডিয়াম ৯৭৪, এডুকেচন চিটী ষ্টেডিয়াম আৰু আল-জানাব ষ্টেডিয়াম।
ইয়াৰে আল-বাইট ষ্টেডিয়ামখনত ফিফা বিশ্বকাপৰ প্ৰথমখন খেল আয়োজন কৰা হ’ব। ভাৰতীয় সময় অনুসৰি ৯ঃ৩০ বজাত আৰম্ভ হ’ব খেলখন। আৰম্ভণী খেলখন হ’ব আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত।

ফিফা বিশ্বকাপ ২০২২ৰ খিতাপ
ফিফা বিশ্বকাপ খিতাপ জয়ৰ বাবে সকলো দলেই যিমান পাৰে সিমান কষ্ট কৰে। এতিয়া সৰ্বমুঠ ৫টা খিতাপ জয় কৰিছে ব্ৰাজিল দলটোৱে। লগতে জাৰ্মানী ৪টা, ইটালী ৪টা, আৰ্জেণ্টিনা দুটা, ফ্ৰান্স দুটা, উৰুগুৱে দুটা, ইংলেণ্ড এটা আৰু স্পেইন দলটোৱে এটা খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ ফিফা বিশ্বকাপৰ বিজয়ী দলটোৱে কিমান টকা পাব জানেনে? মুঠ ৪২ মিলিয়ন ডলাৰ ধাৰ্য কৰা হৈছে বিজয়ী দলটোৰ বাবে। ভাৰতীয় মূল্য অনুসৰি এই টকাৰ পৰিমান হ’ব প্ৰায় ৩,৪২,৩৮,৪৬,৪২৬ টকা। বাকী কেইটা টীমে কিমান টকা লাভ কৰিব তলত দিয়া ফটোখনত উল্লেখ আছে ।

ফিফা বিশ্বকাপৰ ১৯৮২ৰ পৰা ২০১৮লৈ বিজয়ী দলটোৱে কিমান ডলাৰ লাভ কৰিছিল সংলগ্ন ফটোখনত উল্লেখ আছে।

ফিফা বিশ্বকাপ ২০২২ৰ গ্ৰুপ ষ্টেজৰ খেলসমূহ তলত দিয়া ফটো অনুসৰি ভাৰতীয় সময়মতে আৰম্ভ হ’ব ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

May 4, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
Next Post
টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.