• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 years ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

8 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

58 minutes ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

2 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

2 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

3 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

4 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

21 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

22 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

23 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

23 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

23 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেনে যাব আপোনাৰ আজিৰ দিনটো?

editor by editor
January 3, 2023
in Uncategorized
0
কেনে যাব আপোনাৰ আজিৰ দিনটো?
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

মেষঃ উন্নতিৰ যুগ৷ আৰ্থিক লাভৰ সম্ভাৱনা৷ ভ্ৰমণৰ যোগ৷ বিদ্যাত মজলীয়া৷ শুভ সংখ্যা ১৷ শুভ ৰং বগা৷

বৃষঃ প্ৰেমত মধ্যমীয়া৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰোতে চিন্তা কৰি লওক৷ ব্যৱসায়ত মাধ্যম৷ পঢ়াশুনাত মন দিয়ক৷ পৰিয়ালৰ শুভ৷ বন্ধুবৰ্গৰ আগমন৷ শৰীৰ মাধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

মিথুনঃ আৰ্থিকত খৰছ বৃদ্ধি৷ শৰীৰ মন আনন্দিত৷ কিবা পৰিবৰ্তনৰ নতুনত্ব অনুভৱ৷ শুভ সংখ্যা ৯৷ শুভ ৰং হালধীয়া৷

কৰ্কটঃ কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও আহুকালে দেখা দিব৷ নতুন পৰিকল্পনা৷ সন্তানৰ শুভ৷ বিবাহৰ যোগ৷ শুভ সংখ্যা ৭৷ শুভ ৰং বেঙুনীয়া৷

সিংহঃ বৰ উন্নত দিন নহ’ব৷ আহুকালৰ মুখামুখী হ’ব৷ অবাবত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব৷ উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব৷ প্ৰেমৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

কন্যাঃ  প্ৰেমত বাধা। বিদ্যাত শুভ। শুভ সংখ্যা ৭। শুভ ৰং গেৰুৱা।

তুলাঃ আশা কৰা ফল পাব৷ হেৰাই যোৱা প্ৰেম ওভতাই পাব৷ বিদ্যাত উন্নত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কৰ্তব্যত নিজৰ দক্ষতা থাকিব৷ কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব৷ বিদ্যাত অনুকুল পৰিবেশ৷ ভ্ৰমণৰ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

ধনুঃ শুভ সংখ্যা ৭৷ শুভ ৰং আকাশী নীলা৷ পূৰ্ব দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাত শুভ৷ স্বাস্থ্য উন্নত৷

মকৰঃ পাৰিবাৰিক শুভ৷ কৰ্মব্যস্ততা বাঢ়িব৷ শৰীৰ মাধ্যম৷ খৰছ বৃদ্ধি৷ প্ৰেমত মাধ্যম৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ১৷ শুভ ৰং ক’লা৷

কুম্ভঃ আকস্মিক সহায় লাভৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা৷ বিদ্যাত মাধ্যম৷ প্ৰেমত শুভ৷ ভ্ৰমণৰ যোগ৷ শুভ সংখ্যা ৮৷ শুভ ৰং বগা৷

মীনঃ আৰ্থিকত হাত ধৰি চলক৷ বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ ৰাখিব৷ শৰীৰ উন্নত৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ২৷ শুভ ৰং কমলা৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক…

শৰীৰ ফুলি উঠিছে! দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছে ঋষভ পন্থক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.