• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ৷ তাৰ পাছত ৰচিছিল IPS হোৱাৰ সপোন

১৪ বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ৷ তাৰ পাছত ৰচিছিল IPS হোৱাৰ সপোন

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৪ বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ৷ তাৰ পাছত ৰচিছিল IPS হোৱাৰ সপোন

IPS Success Story

editor by editor
February 5, 2023
in বিবিধ, ভাৰত
0
১৪ বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ৷ তাৰ পাছত ৰচিছিল IPS হোৱাৰ সপোন
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে, যিসকলক উদাহৰণ হিচাপে লৈ অন্য বহু লোকে জীৱন আলোকিত কৰে। তেনে ব্যক্তিত্বৰ এগৰাকী মহিলা হৈছে IPS বিষয়া এন অম্বিকা। যাৰ প্ৰত্যাহ্বানপূর্ণ জীৱন কাহিনীয়ে প্ৰেৰণা দিয়ে যুৱপ্ৰজন্মক। IPS অম্বিকা মুম্বাইত ‘লেডী সিংঘম’ হিচাপে পৰিচিত। কিন্তু ২০০৮ চনৰ পূর্বে এই সকলোবোৰ সপোন আছিল। ১৪ বছৰ বয়সত বিয়া হৈ ১৮ বছৰ বয়সলৈকে ২টাকৈ সন্তানৰ মাতৃ হৈছিল অম্বিকা। অম্বিকাৰ স্বামী এগৰাকী আৰক্ষী কনিষ্টবল আছিল আৰু স্বামীৰ সৈতে এবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেড চাবলৈ গৈছিল অম্বিকা। তাত স্বামীয়ে উচ্চ পদস্থ বিষয়াক চেল্যুট মৰা দেখি পত্নীয়ে সোধে এনেকুৱা কিয় কৰিব লাগে? স্বামীয়ে তেওঁক জনায় যে তেওঁলোক IPS বিষয়া আৰু IPS হ’বলৈ চিভিল ছার্ভিচ পৰীক্ষা দি পাছ কৰিব আহিব লাগে। আৰু তেতিয়াই অম্বিকাই পৰীক্ষাত বহাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু অম্বিকাই ইতিমধ্যে স্কুল এৰি পৰিয়াল চম্ভলাত লাগিছিল। কিন্তু তেওঁ পৰীক্ষাত বহাৰ সংকল্প লয়। সেই কাৰণে অম্বিকাই এটা ব্যক্তিগত কোচিঙৰ পৰা দশম পৰীক্ষাত অৱতীর্ণ হয় তাৰ পিছত দূৰ শিক্ষাৰ জৰিয়তে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ঘৰৰ ওচৰত কোনো কোচিং চেণ্টাৰ নথকাত চেন্নাইত থাকি চিভিল ছার্ভিচ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ লয়। এইক্ষেত্ৰত তেওঁক স্বামীয়ে সম্পূর্ণ সহযোগ কৰে। কিয়নো পত্নীয়ে চেন্নাইত থকা সময়ছোৱাত স্বামীয়ে চাকৰিৰ লগতে নিজৰ দুই সন্তানক চম্ভালিব লগা হয়। কিন্তু অম্বিকাৰ বাবে এই সকলোবোৰ ইমান সহজ নাছিল। ইমানখিনি কষ্ট কৰিও অম্বিকাই তিনিবাৰকৈ পৰীক্ষাত সফল হ’ব নোৱাৰি হতাশ হৈ পৰে। কিন্তু ‘বিফলতাই সফলতাৰ ছাবি-কাঠি’ কথাষাৰ সৰগোত কৰি অম্বিকাই পুনৰ এবাৰ পৰীক্ষাত অৱতীর্ণ হয়। এইবাৰ অম্বিকাই সফলতা লাভ কৰে আৰু ২০০৮ চনত চিভিল ছার্ভিচ পৰীক্ষাত উত্তীর্ণ হৈ IPS বিষয়া হয়। ট্ৰেইনিং সম্পূর্ণ কৰাৰ পিছত অম্বিকাৰ প্ৰথম পোষ্টিং মহাৰাষ্ট্ৰত হয়। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সফলতাৰ মুখ দেখা অম্বিকা মুম্বাইৰ ‘লেডী সিংঘম’ হিচাপে সকলোৰে পৰিচিত। অম্বিকা বিগত বৰ্ষৰ শেষভাগলৈকে মুম্বাইৰ ডিচিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল যদিও তাৰ পাছত চেণ্ট্ৰেল ডেপুটেচনত যোৱা বুলি জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmbikaipsIPS N AmbikaN Ambikasuccess story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
বাল্য বিবাহ বিৰোধী অভিযানত শংকা! শহুৰেকৰ ঘৰতেই চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ

বাল্য বিবাহ বিৰোধী অভিযানত শংকা! শহুৰেকৰ ঘৰতেই চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ

সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?

সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.