• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…

3 years ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

17 minutes ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

46 minutes ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

2 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

16 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

16 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

16 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

17 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

19 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

20 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…

editor by editor
February 6, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…
0
SHARES
15.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ বিবাহৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। দুয়োৰে পৰিয়াল বন্ধু-বান্ধৱ সকলো উপস্থিত হৈছেগৈ ৰাজস্থানৰ জয়ছলমেৰত। বিবাহৰ মাজতেই বহুতেই চৰ্চা চলাইছে যে দুয়োগৰাকীয়েই যিহেতু অভিনয়ৰ সৈতে জড়িত তেওঁলোকৰ কোন প্ৰকৃততে কেৰিয়াৰত বেছি সফল? কাইলৈ সিদ্ধাৰ্থ-কিয়াৰা বিবাহত বান্ধ খাব।

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে তেওঁলোকৰ কেৰিয়াৰ পৃথকে পৃথকেই আৰম্ভ কৰিছিল। সংবাদ সূত্ৰমতে কিয়াৰা-সিদ্ধাৰ্থ এতিয়া কেইবা কোটি টকা সম্পত্তিৰ অধিকাৰী। সূত্ৰ অনুসৰি দুয়োৰে মুঠ সম্পত্তিৰ পৰিমান ১১০ কোটি। উল্লেখ্য যে সিদ্ধাৰ্থ মলহোত্ৰাৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে প্ৰায় ৮৫ কোটি। কিয়াৰাৰো সম্পত্তিৰ পৰিমান প্ৰায় সিদ্ধাৰ্থৰ সমানেই। সিদ্ধাৰ্থে এখন চিনেমাৰ বাবে প্ৰায় ৭ৰ পৰা ৮ কোটি টকা লয়। ইয়াৰোপৰি বহুকেইটা বিজ্ঞাপন সংস্থাৰ সৈতেও সিদ্ধাৰ্থ জড়িত হৈ আছে। বিজ্ঞাপনৰ পৰাই মাহিলি ২ ৰ পৰা ৪ কোটি টকা লাভ কৰে সিদ্ধাৰ্থই। ইপিনে কিয়াৰাইয়ো বৰ্তমান বহুকেইটা বিজ্ঞাপন সংস্থাৰ সৈতে জড়িত।

সিদ্ধাৰ্থ মলহোত্ৰাৰ মুম্বাইৰ বিলাসী এলেকাত আছে ফ্লেট। বান্দ্ৰাৰ কাষতে থকা এই বিলাসী ফ্লেটৰ দাম প্ৰায় ১৫ কোটিৰো অধিক হ’ব। সিদ্ধাৰ্থ মলহোত্ৰাৰ মুম্বাইতেই আছে মাটিও। যাৰ মাৰ্কেট ভেল্যু এতিয়া প্ৰায় ২.২৬ কোটি। ইয়াৰোপৰি সিদ্ধাৰ্থৰ ১.৮৬ কোটিৰ মাৰ্ছিডিছ ব্ৰেণ্ডৰ গাড়ীও আছে। ইপিনে কিয়াৰাৰ হাতত আছে ১.৫৬ কোটিৰ অডি-A89L চেডাৰ্ণ, ৬০ লাখ টকীয়া মাৰ্ছিডিছ বেঞ্জ E220D আৰু দুখনকৈ BMW.

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ
বিনোদন

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

July 24, 2026
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?
ভাৰত

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

July 24, 2026
Next Post
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ দাবীত পত্নীক কুঠাৰেৰে আক্ৰমণ স্বামীৰ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ দাবীত পত্নীক কুঠাৰেৰে আক্ৰমণ স্বামীৰ

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.